ৱিকিপিডিয়া:সন্মিলন/তেজপুৰ ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অপ্রয়োজনীয়
1 নং শাৰী:
[[সদস্য:Shiju|Shiju Alex (WMF)]] ডাঙৰীয়া পোনপ্ৰথমবাৰৰ বাবে তেজপুৰলৈ আহি আছে| গুৱাহাটীৰ মিটআপখন কৰি কাজিৰঙাত হাতীত উঠাৰ পণ কৰিছে| আমাৰো সেয়ে আগুৱাই যোৱাত সহায়ক হ’ব বুলি এই প্ৰস্থাৱটো উত্থাপন কৰিলোঁ| সকলোৱে জয়ধ্বনিৰে আদৰণি জনাই কামফেৰা সুকলমে কৰাই নিয়াত সহায় কৰে যেন| আপোনালোকৰ দিহা পৰামৰ্শ বাঞ্চনীয়। নিমন্ত্ৰণ জনাইছে [[সদস্য: Bishnu Saikia|Bishnu Saikia (বিষ্ণু শ‍ইকীয়া)]] 19:40, 22 জানুৱাৰী 2012 (UTC)|
 
==তাৰিখ আৰু ঠাই==
* '''কেতিয়া''': ০১ ফ্ৰেব্ৰুৱাৰী ২০১২ (01-02-2012)