ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

গোহাৰী - গোহাৰি কৰিলোঁ
115 নং শাৰী:
# সদস্যসকলক আদৰণি। চিজু এলেক্সক গামোছা পিন্ধাব লাগিব। (জ্যোতি, এখন গোটাবাই। নাপাহৰিবা !)
# চিনাকী পৰ্ব। (১৫ মিনিট)
# ইউনিক'ডত অসমীয়া লিখাৰ বিষয়ে থুলমুলকৈ (বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্‌পুট, আদি)। অসমীয়া ৱিকিৰ লিপ্যন্তৰ কী-ব'ৰ্ডৰ আভাস। (১৫ মিনিট)
# ৱিকিপিডিয়াৰ বিষয়ে, কিয় আৰু কেনেকৈ লিখিব লাগে, নিয়মসমূহ (FAQ booklet বিলাব লাগে)
# অসমীয়া ৱিকিপিডিয়াৰ সমস্যাসমূহ। আন আন ৱিকি প্ৰকল্পৰ আভাস।
147 নং শাৰী:
 
: I'll be at Guwahati meetup and will guide him. [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] 01:30, 27 জানুৱাৰী 2012 (UTC)
 
:: মোৰ কবলগীয়া : পৰহিলৈ মিটআপ আৰু আমাৰ হাতত মাত্ৰ এটা সম্পূৰ্ণ দিন আছে, ইতিমধ্যে প্ৰভাকৰ দা , চিযু এলেক্স ডাঙৰীয়া , গীতাৰ্থ দা আপোনালোক সকলোৱে আহি গুৱাহাটীত বাহৰ পাতিছেহি বাকি আছে বিষ্ণু দা, উদ্দীপ দা আৰু বাবুল দা । যদিও প্ৰথমেই মই কৰ্মশালা এখন পতাৰ কথা কৈছিলো আপোনালোকে মোক সৰুকৈ মিটআপ এখন পতাৰ হে উপদেশ দিছিলে । যি কি নহওক অৱশেষত কিবা এটা হ'লগৈ আৰু হবলগীয়া মিটআপখন এখন কৰ্মশালায়ে হবলৈ গৈ আছে যিহেতু ইতিমধ্যে ভালেকেইগৰাকী মানুহক নিমন্ত্ৰন কৰা হৈছে । লগতে বাতৰি কাকত আৰু ইলেকট্ৰনিক্স মাধ্যমৰ কিছু সাংবাদিককো নিমন্ত্ৰন জনোৱা হৈছে । যি হৈছে সকলো ভালেই হৈছে আৰু হব বুলিও আশা কৰিছো । আৰু কেইজনমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিব যিয়ে ইউনিক'ডত অসমীয়া লিখাৰ কথা একো নাজানে অসমীয়া ৱিকিপিডিয়া তো দুৰৰে কথা । যোৱা সোমবাৰে তেওঁলোকৰ লগত মই ভালেখিনি সময় হোষ্টেলত বহি কথা পাতিছো আৰু তেওঁলোক এই ক্ষেত্ৰত খুউৱ আগ্ৰহী যেন লাগিল । যোৱা কেইদিনমান ধৰি হোৱা আলোচনাৰ পিছত সকলোখিনি গমি পিতি চাই মই নিৰ্দিষ্ট কাৰ্য্যসূচী খন আপোনালোকলৈ আগবঢ়ালো (আগৰ খনৰ লগত দুটামান কথা যোগ দিলো)----------
# সভাৰ আৰম্ভনী (আহ্বায়কৰ উপস্থিত ৰাইজক স্বাগতম)
# চিযু এলেক্সক ৰাইজৰ লগত চিনাকী কৰাই গামোছাৰে সম্বৰ্ধনা । লগে লগে তেখেতে ৱিকিৰ বিষয়ে অলপ কব । (লগতে HOD শ্ৰীমতি কাকতি বাইদেউক ও সম্বৰ্ধনা জনালে ভাল হ'ব যেন লাগে ।)
# ৰাইজক অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকী কৰাই দিয়া । (বিষ্ণু দায়ে বনোৱা শ্লাইড প্ৰদৰ্শন)
# ইউনিক'ডত অসমীয়া লিখাৰ বিষয়ে থুলমুলকৈ (বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্‌পুট, আদি)। অসমীয়া ৱিকিৰ লিপ্যন্তৰ কী-ব'ৰ্ডৰ আভাস।
# ৱিকিপিডিয়াৰ বিষয়ে, কিয় আৰু কেনেকৈ লিখিব লাগে, নিয়মসমূহ (FAQ booklet বিলাব লাগে)
# প্ৰশ্ন-উত্তৰ শিতান (এইখিনেতে মই অভিজ্ঞ সদস্য সকলক কিছুমান technical প্ৰশ্ন সুধিম আপোনালোকে উত্তৰ দিব, লগে লগে নতুন মানুহখিনিয়ে কথা বিলাক গম পাব ।)
# অসমীয়া ৱিকিপিডিয়াৰ সমস্যাসমূহ। আন আন ৱিকি প্ৰকল্পৰ আভাস।
# নিখুঁত প্ৰবন্ধ কেনেকৈ লিখিব লাগে। নতুন সদস্যৰ বাবে আন প্ৰয়োজনীয় নিয়মাৱলী।
# অসমীয়া ৱিকিপিডিয়াৰ প্ৰচলিত নীতিসমূহৰ ওপৰত আলোচনা আৰু প্ৰয়োজনীয় নতুন নীতিৰ প্ৰস্তাৱ।
# অসমীয়া ৱিকিপিডিয়াৰ উপ-প্ৰকল্প কিছুমান গঠন (যেনে- পোখালি বিস্তাৰ, জিলাৰ প্ৰবন্ধ লিখাৰ প্ৰকল্প আদি)। জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা।
# চাহ-চিঙৰাৰ ওপৰত আক্ৰমণ। [[সদস্য:Jpnath008|Jyoti Prakash Nath]] 06:59, 27 জানুৱাৰী 2012 (UTC)
 
{{ৱিকিপিডিয়া:Meetup/Assam}}