ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

148 নং শাৰী:
: I'll be at Guwahati meetup and will guide him. [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] 01:30, 27 জানুৱাৰী 2012 (UTC)
 
:: মোৰ কবলগীয়া : পৰহিলৈ মিটআপ আৰু আমাৰ হাতত মাত্ৰ এটা সম্পূৰ্ণ দিন আছে, ইতিমধ্যে প্ৰভাকৰ দা , চিযু এলেক্স ডাঙৰীয়া , গীতাৰ্থ দা আপোনালোক সকলোৱে আহি গুৱাহাটীত বাহৰ পাতিছেহি, বাকি আছে বিষ্ণু দা, উদ্দীপ দা আৰু বাবুল দা । যদিও প্ৰথমেই মই কৰ্মশালা এখন পতাৰ কথা কৈছিলো আপোনালোকে মোক সৰুকৈ মিটআপ এখন পতাৰ হে উপদেশ দিছিলে । যি কি নহওক অৱশেষত কিবা এটা হ'লগৈ আৰু হবলগীয়া মিটআপখন এখন কৰ্মশালায়ে হবলৈ গৈ আছে যিহেতু ইতিমধ্যে ভালেকেইগৰাকী মানুহক নিমন্ত্ৰন কৰা হৈছে । লগতে বাতৰি কাকত আৰু ইলেকট্ৰনিক্স মাধ্যমৰ কিছু সাংবাদিককো নিমন্ত্ৰন জনোৱা হৈছে । যি হৈছে সকলো ভালেই হৈছে আৰু হব বুলিও আশা কৰিছো । আৰু কেইজনমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিব যিয়ে ইউনিক'ডত অসমীয়া লিখাৰ কথা একো নাজানে অসমীয়া ৱিকিপিডিয়া তো দুৰৰে কথা । যোৱা সোমবাৰে তেওঁলোকৰ লগত মই ভালেখিনি সময় হোষ্টেলত বহি কথা পাতিছো আৰু তেওঁলোক এই ক্ষেত্ৰত খুউৱ আগ্ৰহী যেন লাগিল । যোৱা কেইদিনমান ধৰি হোৱা আলোচনাৰ পিছত সকলোখিনি গমি পিতি চাই মই নিৰ্দিষ্ট কাৰ্য্যসূচী খন আপোনালোকলৈ আগবঢ়ালো (আগৰ খনৰ লগত দুটামান কথা যোগ দিলো)----------
# সভাৰ আৰম্ভনী (আহ্বায়কৰ উপস্থিত ৰাইজক স্বাগতম)