নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
 
==শিক্ষা==
নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰপৰা অনুপ্ৰাণিত হৈ তেখেতে [[শান্তিনিকেতন]]-ত শিক্ষা লোৱাৰ মানস কৰে আৰু কলিকতালৈ আহে। প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহন কৰে।
১৯৬৬ চনত চিত্ৰকল্পা সম্বন্ধে নীলপৱন বৰুৱাই আনুষ্ঠানিক শিক্ষা লৈছিল [[শান্তি নিকেতন]]-ৰপৰা। শিক্ষাৰ বিষয় আছিল 'পেইণ্টিং আৰু glazed pottery'। পাছলৈ এখেতে [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />
<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
 
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে [[শ্ৰী নিকেতন]]ৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।<ref name=bip> পাছলৈ বৰুৱাই [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />
 
==কৰ্ম জীৱন==