নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
 
==জন্ম==
নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত [[যোৰহাট]] জিলাৰ [[টিয়ক]]ৰ ওচৰৰ<ref name=bip /> তামুলীছিঙা গাঁৱত। পিতৃ কবি [[বিনন্দ চন্দ্ৰ বৰুৱা]] আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।<ref name=art />
 
==শিক্ষা==
8 নং শাৰী:
<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
 
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে [[শ্ৰী নিকেতন]]ৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।<ref name=bip /> পাছলৈ বৰুৱাই [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />
 
==কৰ্ম জীৱন==
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে।<ref name=bip />
১৯৭১ চনত অসমলৈ উভতি আহি 'Assam fine arts & Craft Society,Guwahati' প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
১৯৭১ চনত অসমলৈ উভতি আহি 'Assam fine arts & Craft Society,Guwahati' প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভূৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰিছে।