শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|right|200px|<center>শৰাইঘাট দলঙৰ ভিতৰৰ ভাগ<center> শৰাইঘাট দলং [[...
 
No edit summary
3 নং শাৰী:
 
 
[[Image:Saraighat Bridge2Saraighat_bridge1.jpg|thumb|rightleft|200px|<center>পথৰ সৈতে শৰাইঘাট দলং<center>]]
 
[[Image:Saraighat Bridge2.jpg|thumb|right|200px|<center>পথৰ সৈতে শৰাইঘাট দলং<center>]]
দলংখনৰ দৈঘ্য ১৪৯২ মিটাৰ আৰু ইয়াৰ নিৰ্মানৰ খৰচ আছিল ১০,৬৫,১৬,৮৯১ টকা৷ শৰাইঘাট দলং নিৰ্মানৰ দায়িত্বত আছিল ''হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছ্ন লিমিটেড'' নামৰ এটা প্ৰতিষ্ঠান৷ প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়েই কোৱা হৈছিল যদিও [[জৱাহৰলাল নেহেৰু]]ৱে উদ্ধধন কৰি ইয়াক '''শৰাইঘাট দলং''' নাম দিয়ে৷ সম্প্ৰতি থ্ৰী লেনযুক্ত এখন দলং শৰাইঘাট দলঙৰ সমান্ত্ৰৰালভাৱে নিৰ্মান কৰি থকা হৈছে৷<ref>[http://ajirdainikbatori.com/magazine.htm] শৰাইঘাট দলঙৰ কিছু কথা, কুমুদেশ্বৰ হাজৰিকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>