দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,453 বাইট যোগ দিয়া হ’ল ,  10 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
{{stub}}
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২</ref>। নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী। জন্ম দিনঃ ৩০ জানুৱাৰী। ষাঠীৰ দশকত কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় হোৱা দীপালী বৰঠাকুৰে পিছলৈ ডিঙিৰ ৰোগত আক্ৰান্ত হৈ গান গাব নোৱাৰা হয়। অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]] দীপালী বৰঠাকুৰৰ স্বামী। এখেতক Nightingale of Assam বুলি জনা যায়। [[পদ্মশ্ৰী]] সন্মান প্ৰাপ্ত কণ্ঠশিল্পী।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>
 
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ '[[মটৰ নিউৰণ ৰোগ]]'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art />
 
দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>, অসম চৰকাৰৰ শিল্পী বঁটা, লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসমৰ চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />
 
==তথ্য উৎস==
বেনামী ব্যৱহাৰকাৰী