দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ '[[মটৰ নিউৰণ ৰোগ]]'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art />
 
দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>, অসম চৰকাৰৰ [[শিল্পী বঁটা]](২০১০)<ref name=ast>[http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04 Staff reporter, ''Silpi Bota conferred on Dipali Barthakur, Archana Mahanta'', Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>], 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)<ref name=acv>http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref> লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।
 
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ