ৱিকিপিডিয়া:সন্মিলন/তেজপুৰ ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
67 নং শাৰী:
# তেজপুৰ বিশ্ববিদ্যালয়ৰ পূৰ্বপৰিকল্পিত ৱিকিপেডিয়াৰ সন্মিলন তথা কৰ্মশালাখনি নিৰ্দ্ধাৰিত সময়তকৈ আধা ঘণ্টা পলমকৈ অনুষ্ঠিত হয় আৰু উপস্থিত দৰ্শকসকলক আদৰণী জনাই নিৰ্দিষ্ট আসনসমূহত বহিবলৈ দিয়া হয়।
# সভাৰ আৰম্ভনীতেই ৱিকিপিডিয়ান তথা সন্মিলনখনৰ আহ্বায়ক শ্ৰী দিপাংকৰ চেতিয়াই সভাৰ উদ্দেশ্য বাখ্যা কৰি সভাৰ আৰম্ভনি কৰে।
# দিপাংকৰ চেতিয়াৰ অনুৰোধমৰ্মে কম্পিউটাৰ বিভাগৰ মুৰব্বী উ‍ত্‍পল শৰ্মা মহাশয়ে উপস্থিত ৰাইজক সম্বোধন কৰে আৰু লগতে ৱিকিপিডিয়া সন্মিলনৰ আহ্বায়কসকলৰ প্ৰ্চেষ্ঠাৰ শলাগ লৈ ভৱিষ্যতলৈও এনে ধৰণৰ সন্মিলন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰুপ কৰে।
# সভাত উপস্থিত সকলে নিজৰ নিজৰ চিনাকী দিয়ে। ইয়াৰে ভিতৰত অধিকাংশ উপস্থিত লোকেই নবাগত আছিল।
# চিজু এলেক্সক জাপি, শৰাই আৰু গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।