No edit summary
1 নং শাৰী:
 
[[চিত্ৰ:Kaushik.jpg|200px|thumb|right|এইজন ম‍ই]]
 
 
[[চিত্ৰ:Kaushik.jpg|200px|thumb|right|এইজন ম‍ই]]
ম‍ই [[তেজপুৰ বিশ্ববিদ্যালয়]]ৰ [[পদাৰ্থ বিজ্ঞান]] বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ | মোৰ ঘৰ [[বৰপেটা জিলা]]ৰ [[পাঠশালা]] নগৰৰ পৰা ১০ কি:মি: দক্ষিণ দিশে থকা [[টিহু-দেখাটা]] গাওঁত | ম‍ই [[বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ৰ পৰা ২০০৫ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ | তাৰ পিছত [[বজালী মহাবিদ্যালয়]]ৰ পৰা ২০০৭ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আৰু ২০১০ চনত [[পদাৰ্থ বিজ্ঞান]] বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হওঁ |
"https://as.wikipedia.org/wiki/সদস্য:Kaushik_Das"ৰ পৰা অনা হৈছে