সোণাৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

24 নং শাৰী:
'''সোণাৰি''' ({{Lang-en|Sonari}}; {{Lang-bn|সোণারি}}; {{Lang-hi|सोणारि}}) [[অসম]]ৰ [[শিৱসাগৰ জিলা]]ৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু চৰাইদেউ মহকুমাৰ সদৰ। ৱাৰ্ডৰ সংখ্যা ১৩ টা।
==ভৌগোলিক বিৱৰণ==
সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু ৯৫.০৩° পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৯৬ মিটাৰ (৩১৮ ফুট)।<ref>{{cite web | url=www.fallingrain.com/world/IN/3/Sonari.html | title=সোণাৰি নগৰৰ ভৌগোলিক অৱস্থান | accessdate=February 02, 2012}}</ref> নগৰখনৰ পশ্চিম-দক্ষিণ দিশেৰে টাউকাক নৈ বৈ গৈছে, যিখন গৈ দিচাং নৈত পৰিছে। নগৰৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক [[ধোদৰ আলি]]। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত [[পাইক প্ৰথা]] বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। [[গোলাঘাট জিলা]]ৰ কমাৰবন্ধাৰ পৰা [[ডিব্ৰুগড় জিলা]]ৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি 'নাহৰ আলি' সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযক্তসংযুক্ত হৈছে।
 
==নামৰ উৎপত্তি==
"https://as.wikipedia.org/wiki/সোণাৰি"ৰ পৰা অনা হৈছে