ত্ৰিমাত্ৰিক ক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
পদাৰ্থ বিজ্ঞানত ত্ৰিমাত্ৰিক ক্ষেত্ৰখনক চতুৰ্মাত্ৰীয় ক্ষেত্ৰৰ ওচৰ সম্পৰ্কৰ ক্ষেত্ৰ (আচলতে চতুৰ্মাত্ৰীয় ক্ষেত্ৰৰ এক [[উপ সংহতি]]) বুলি ধৰা হয়| চতুৰ্মাত্ৰীয় ক্ষেত্ৰ খনক [[মিনকোৱস্কি ক্ষেত্ৰ]] বোলা হয় ([[বিশেষ আপেক্ষিকতাবাদ]] চাওক)|
 
ত্ৰিমাত্ৰিক ক্ষেত্ৰৰ আন কিছুমান ধৰ্ম আছে যি ইয়াক আন মাত্ৰাৰ ক্ষেত্ৰৰ পৰা পৃথক বুলি প্ৰমাণ কৰে, ঊদাহৰণ স্বৰূপে এডাল সূতাত গাঁঠি এটা বান্ধিবলৈ আমাক কমেও তিনিটা মাত্ৰাৰ প্ৰয়োজন,<ref>Daleডেল Rolfsenৰ’ফচেন, ''Knots and Links'', Publishপাব্লিচ orঅৰ Perishপেৰিছ, Berkeleyবাৰ্কলে, 1976১৯৭৬, ISBN 0-914098-16-0</ref> পদাৰ্থ বিজ্ঞানৰ বহুতো সুত্ৰ যেনে [[প্ৰতিলোম বৰ্গৰ সুত্ৰ]] (Inverse Square Law) আদি তিনিটা মাত্ৰাৰ ওপৰত নিৰ্ভৰ্শীল|<ref>Brianব্ৰায়ান Greeneগ্ৰীণ, ''The Fabric of the Cosmos'', Randomৰেনড’ম Houseহাউচ, Newনিউ Yorkইয়ৰ্ক, 2003২০০৩, ISBN 0-375-72720-5</ref>