সহায়:অৰ্থকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
{{ৱিকিপিডিয়া অনুবাদ}}
{{WP help pages (header bar)}}
{{Reader help}}
9 নং শাৰী:
*'''আন্তঃৱিকি''' - ভগ্নী প্ৰকল্পলৈ থকা এটা সংযোগ; এইটো আন ভাষাত থকা একে প্ৰবন্ধলৈ হ'ব পাৰে নাইবা আন প্ৰকল্পলৈও হ'ব পাৰে।
*'''[[আভ্যন্তৰীণ সংযোগ]]/অন্তৰ্সংযোগ''' - ৱিকিপিডিয়া বা ইয়াৰ ভগ্নী প্ৰকল্পৰ এখন পৃষ্ঠালৈ পোনোৱা সংযোগ। ইয়াক 'ৱিকিলিংক' বুলিও কোৱা হয়। সদস্যৰ monobook.cssত সালসলনি নকৰিলে কাম কৰি থকা সংযোগবোৰ নীলা দেখা যায়, অস্তিত্ব নথকা বা ভঙা সংযোগবোৰ ৰঙা দেখা যায়, আৰু আগতে পৰিদৰ্শন কৰা সংযোগবোৰ বেঙুনীয়া দেখা যায়।
*'''[[আৱৰণ]]''' - [[Specialবিশেষ:Preferencesপচন্দ]]ত নিৰ্ধাৰিত থীমৰ ৰং। পূৰ্বনিৰ্ধাৰিত আৱৰণখনক Vector বুলি কোৱা হয় আৰু লগ্‌-ইন্‌ কৰা সদস্যৰ বাবে আন আঠখন আৱৰণ উপলব্ধ: Chick, Classic, Cologne Blue, Modern, Monobook, MySkin, Nostalgia, আৰু Simple ।
 
==ই==
33 নং শাৰী:
*'''প্ৰশাসক''' - ৱিকিপিডিয়াত কিছুমান বিশেষ সুবিধা উপভোগ কৰা কাৰিকৰী জ্ঞানবিশিষ্ট এজন সদস্য। তেওঁৰ প্ৰধান কাম হৈছে ৱিকিপিডিয়া সংগঠিত কৰি ৰখা আৰু কাৰিকৰী খুঁতি-নাটি যেনে - পৃষ্ঠাৰ সুৰক্ষা আৰু বিলোপন, অসভ্যালি কৰা সদস্যৰ অৱৰোধ আদিৰ ওপৰত চকু ৰখা।
*'''প্ৰবন্ধ''' - ৱিকিপিডিয়াৰ বৰ্ণনামূলক ৰচনা। সকলো প্ৰবন্ধই একো একোখন পৃষ্ঠা, কিন্তু সকলো পৃষ্ঠা প্ৰবন্ধ নহয়, যেনে এইখন।
*'''পৃষ্ঠা''' - ৱিকিপিডিয়াত থকা যিকোনো বিষয়ৰ লেখা; টপ্‌, ব'ট'ম্‌ আৰু চাইড বাৰ নথকা ৱেব পেইজ। প্ৰবন্ধ, পোখালি, পুনঃনিৰ্দেশ, দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা, সদস্য পৃষ্ঠা, আলোচনা পৃষ্ঠা, ড'কুমেণ্টেচন আৰু বিশেষ পৃষ্ঠাসমূহ সকলোবোৰ একো একোখন পৃষ্ঠা।
*'''পৃষ্ঠা''' - any individual topic within Wikipedia; the web page without the top, bottom and sidebars. Pages include articles, stubs, redirects, disambiguation pages, user pages, talk pages, documentation and special pages.
*'''[[সহায়:প'ৰ্টেল|প'ৰ্টেল]]''' -নিৰ্দিষ্ট pagesবিষয়ৰ intended to serve asবাবে "Mainমূল Pagesপৃষ্ঠা"ৰূপে for specific topicsকাম orকৰা areas.পৃষ্ঠাসমূহ।
*'''[[প্ৰথম পৃষ্ঠা]]''' - নিৰ্দিষ্ট প্ৰবন্ধ নিবিচাৰিলে খোল খোৱা মূল ড'মেইন পৃষ্ঠাখন। প্ৰথম পৃষ্ঠাত সাম্প্ৰতিক গতিবিধি, ৰাইজৰ চ'ৰা, শেহতীয়া সালসলনিৰ সংযোগ আৰু বিষয়সূচী থাকে। ইয়াৰ পৰাই প্ৰবন্ধসমূহ বিষয় হিছাপে বা অন্য শ্ৰেণীৰে বিচাৰিব পাৰি। ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহ আৰু আন ভাষাৰ ৱিকিপিডিয়ালৈ সংযোগ থকাটোও প্ৰথম পৃষ্ঠাৰ বিশেষত্ব। অধিক প্ৰদৰ্শিত পৃষ্ঠা হোৱা বাবে প্ৰথম পৃষ্ঠাৰ সমলসমূহ সুৰক্ষিত কৰি ৰখা হয়।
*'''[[প্ৰথম পৃষ্ঠা]]''' - the page to which every user not specifying an article is redirected. The Main Page contains links to current events, presents certain articles (like a featured article of the day and links to Wikipedia's newest articles), and serves as an entry point to browsing all articles by topic or other classification. Links to sister projects and other-language Wikipedias are also a prominent feature on the Main Page. Due to its high exposure, all content on the Main Page is protected.
*'''পোখালি/ষ্টাব্‌''' - কোনো বিষয়ৰ সম্যক পৰিচয় দাঙি ধৰিব নোৱাৰা প্ৰবন্ধ (প্ৰায়েই এটা পৰিচ্ছেদ বা তাতকৈ চুটি)। পোখালিবোৰ নিৰ্দিষ্ট ষ্টাব্‌ সাঁচ আৰু সংশোধনী সাঁচেৰে চিহ্নিত কৰা হয় যিয়ে প্ৰবন্ধটোক বিষয় অনুযায়ী উপ-শ্ৰেণীত অন্তৰ্ভুক্ত কৰে।
*'''পোখালি''' - an article considered too short to give an adequate introduction to a subject (often one paragraph or less). Stubs are marked with stub templates, a specific type of cleanup template, which add the articles to stub categories sorted by subject matter.
*'''পুনৰ্নিৰ্দেশ/পুনঃনিৰ্দেশ''' - অনুসন্ধান কৰিলে আন পৃষ্ঠাকৈহে পোনাই দিয়া পৃষ্ঠাৰ এক শিৰোনামা। সমাৰ্থক শব্দৰ ক্ষেত্ৰত আৰু সংযোগৰ সুবিধাৰ বাবে এনে কৰা হয়। খোল খোৱা গন্তব্য পৃষ্ঠাখনৰ শিৰোনামাৰ তলত পুনঃনিৰ্দেশিত শিৰোনামাটো দেখুওৱা হয়। যেনে- [[শ্ৰীমন্ত শঙ্কৰদেৱ]] বিচাৰিলে [[শ্ৰীমন্ত শংকৰদেৱ]] পৃষ্ঠাখন খোল খায়। অধিক তথ্যৰ বাবে [[:en:Wikipedia:Redirect|ৱিকিপিডিয়া:পুনঃনিৰ্দেশ]] চাওক।
*'''পুনৰ্নিৰ্দেশ/পুনঃনিৰ্দেশ''' - a page title which, when requested, merely sends the reader to another page. This is used for synonyms and ease of linking. The name of the redirected page is shown under the title of the resulting target page. For example, [[impressionist]] might redirect to [[impressionism]]. See also [[Wikipedia:Redirect]].
 
 
==ব==
*'''বহিঃ সংযোগ/বাহ্যিক সংযোগ''' - ৱিকিমিডিয়াৰ মালিকীস্বত্ব নথকা ৱেবচাইট বা লিংক। ইয়াৰ বিকল্প হৈছে আভ্যন্তৰীণ সংযোগ/অন্তৰ্সংযোগ, ৱিকিসংযোগ বা ৱিকিপিডিয়াৰ ভিতৰৰ মুক্ত সংযোগ, আৰু ভগ্নী প্ৰকল্পলৈ আন্তঃসংযোগ।
*'''বহিঃ সংযোগ''' - a link to a website not owned by Wikimedia. The alternatives are an internal link, wikilink or free link within Wikipedia, and an interwiki link to a sister project.
*'''[[বেটুপাত]]''' - "প্ৰথম পৃষ্ঠা" চাওক।
 
==ভ==
*'''ভঙা সংযোগ''' - অস্তিত্বহীন পৃষ্ঠালৈ থকা সংযোগ বা লিংক; সাধাৰণতে ৰঙা ৰঙেৰে বুজোৱা হয়।
*'''ভগ্নী প্ৰকল্প'''- ৱিকিপিডিয়াৰ লগত সম্পৰ্ক থকা আন ৱিকি প্ৰকল্প। [[প্ৰথম পৃষ্ঠা#ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহ|বেটুপাতত]] এইসমূহৰ তালিকা দিয়া আছে।
*'''ভগ্নী প্ৰকল্প'''- one of a number of wikis related to Wikipedia. They are listed on the [[Main Page#Wikipedia's sister projects|Main Page]]
*'''[[ভৌগোলিক স্থানাংক পদ্ধতি|স্থানাংক]]''' - articlesকোনো aboutঠাইৰ specificবিষয়ে placesলিখা mayপ্ৰবন্ধত haveস্থানাংক (coordinates.) Clickingদিয়া onথাকিব theseপাৰে। leadsতাত toক্লিক aকৰিলে listসেই ofস্থানৰ mapsমানচিত্ৰৰ forতালিকা theখোল খায়। location.
 
==ম==
*'''[[মিডিয়াৱিকি]]''' - ৱিকিপিডিয়া, ইয়াৰ ভগ্নী প্ৰকল্পসমূহ আৰু ৱিকিমিডিয়াৰ লগত সম্পৰ্ক নথকা আন বহু প্ৰকল্পৰ গুৰিবঠাস্বৰূপ ছফ্ট্‌ৱেৰ।
*'''[[মিডিয়াৱিকি]]''' - the software behind Wikipedia and its sister projects, as well as several projects not related to Wikimedia.
 
==য==
*'''যিকোনো পৃষ্ঠা''' - প্ৰায়বোৰ আৱৰণতে প্ৰতিখন পৃষ্ঠাৰ বাওঁফালে থকা এটা সংযোগ। ইয়াত ক্লিক কৰিলে অপূৰ্বনিৰ্ধাৰিতভাৱে বা যাদৃচ্ছিকভাৱে এটা প্ৰবন্ধ খোল খায়।
*'''যিকোনো পৃষ্ঠা''' - on the left of each page for most skins. It will take you to a Wikipedia article that is chosen by a computer algorithm without any deliberate pattern or meaning to the choice.
 
==ৰ==
*'''ৰঙা সংযোগ''' - অস্ত্বিত্ব নথকা পৃষ্ঠাৰ ৱিকিসংযোগবোৰ ৰঙা দেখা যায়। "নীলা সংযোগ" চাওক।
*'''ৰঙা সংযোগ''' - a wikilink to an article that does not exist shows up red. See also blue link.
 
==ৱ==
85 নং শাৰী:
 
[[শ্ৰেণী:ৱিকিপিডিয়া সহায়]]
[[শ্ৰেণী:সহায়]]
 
[[en:Help:Glossary]]