ৱিকিপিডিয়া:প্ৰবন্ধ কি?: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) অ ৱিকিপিডিয়া:What is an article?ক ৱিকিপিডিয়া:প্ৰবন্ধ কি? লৈ স্থানান্তৰিত কৰা হল |
ভাঙনি |
||
8 নং শাৰী:
desc none
</imagemap>
| <big>[[
|}
<!-- End of code -->
14 নং শাৰী:
|-
|
<h2 style="background-color:#cedff2; border-bottom:0px; border: 1px solid #a3b0bf; text-align:center; padding-top:4px;">
</h2> <!-- 3 line spacing of h2 is important for subsection edit links to work correctly, PLEASE DO NOT FIX --> </noinclude>
__NOTOC__
এটা '''ৱিকিপিডিয়া প্ৰবন্ধ''' হৈছে [[বিশ্বকোষ]]ত থাকিবৰ উপযোগী তথ্যসমৃদ্ধ এখন পৃষ্ঠা। ৱিকিপিডিয়াৰ সকলো প্ৰবন্ধৰ তালিকাৰ বাবে [[বিশেষ:সকলোবোৰ পৃষ্ঠা]] চাওক আৰু ৱিকিপিডিয়াৰ বিষয়ে তথ্য আৰু পৰিসংখ্যাৰ বাবে [[ৱিকিপিডিয়া:পৰিসংখ্যা]] চাওক।
"প্ৰবন্ধ"সমূহ ৱিকিপিডিয়া পৃষ্ঠাৰ মূল নামস্থানৰ অন্তৰ্গত ("প্ৰবন্ধ নামস্থান" বুলিও কোৱা হয়। ইয়াত আন কামৰ বাবে ব্যৱহৃত তলত উল্লেখ কৰা [[:en:Help:Namespaces|নামস্থান]]সমূহৰ পৃষ্ঠা নাথাকে।
* ''ৱিকিপিডিয়া'' নামস্থান য'ত ৱিকিপিডিয়া সম্পৰ্কীয় পৃষ্ঠা বা প্ৰকল্প পৃষ্ঠা থাকে (যেনে- [[ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা]] আৰু তাৰ আলোচনা পৃষ্ঠা [[ৱিকিপিডিয়া বাৰ্তা:ৰাইজৰ চ'ৰা]]);
* ''বাৰ্তা'' নামস্থান য'ত পৃষ্ঠাখনৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হয় (যেনে- [[বাৰ্তা:ভূপেন হাজৰিকা]]);
* ''বিশেষ'' নামস্থান য'ত আৱশ্যক হ'লে পৃষ্ঠাবোৰ ছফ্টৱেৰে সৃষ্টি কৰে ([[:en:Wikipedia:Special pages|ৱিকিপিডিয়া:বিশেষ পৃষ্ঠাসমূহ]] চাওক);
* ''সদস্য'' নামস্থান যাৰ পৃষ্ঠাবোৰ ৱিকিপিডিয়াৰ লেখকসকলে ব্যৱহাৰ কৰে (যেনে- [[সদস্য:Bishnu Saikia]])
* ''চিত্ৰ'' নামস্থান যি ছবিৰ বৰ্ণনাৰ বাবে ব্যৱহৃত হয় (যেনে- [[:চিত্ৰ:Mamoni_raysam.jpg]])
* ''মিডিয়াৱিকি'' নামস্থান যি ৱিকিপিডিয়াৰ ভিতৰে বাহিৰে চমু পথ বা টেক্সট ষ্ট্ৰীং দেখুৱাবলৈ ব্যৱহাৰ কৰা হয় (যেনে- [[MediaWiki:Disclaimers]])
কিন্তু প্ৰবন্ধ নামস্থানত থকা সকলো পৃষ্ঠাকে প্ৰবন্ধ বুলি গণ্য কৰা নহয়; তাৰে কিছুমান হৈছে:
*
* ৱিকি-পৰিসংখ্যাৰ বাবে অতিমাত্ৰা চুটি বা সৰল পৃষ্ঠাক প্ৰবন্ধ বুলি ধৰা নহয়। এই মাপকাঠী সময়ে সময়ে সলনি হ'ব পাৰে।
* শ শ [[ৱিকিপিডিয়া:দ্ব্যৰ্থতা দূৰীকৰণ|দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা]] যিবোৰ নামাকৰণৰ খেলিমেলি আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়;
* শ শ পুনঃনিৰ্দেশ যিবোৰ এখন পৃষ্ঠাৰ পৰা আন এখন পৃষ্ঠালৈ নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
[[বিশেষ:পৰিসংখ্যা]]ৰ ছফ্ট্ৱেৰে স্বয়ংক্ৰিয়ভাৱে ব্যৱহাৰ কৰা সংজ্ঞাটো হৈছে: '''প্ৰবন্ধ নামস্থানত থকা কোনো পৃষ্ঠা, যি পুনঃনিৰ্দেশ পৃষ্ঠা নহয় আৰু য'ত অতিকমেও এটা ৱিকি সংযোগ থাকে'''। ''পৰিসংখ্যা ছফ্ট্ৱেৰটোত দ্বৰ্থতা দূৰীকৰণ পৃষ্ঠাসমূহ ধৰা পেলাবলৈ বৰ্তমান কোনো ব্যৱস্থা নাই, ই [[:en:Wikipedia:Stub|পোখালি]]সমূহকো অমান্য নকৰে (কেতিয়াবা ষ্টাব্ বুলি চিহ্নিত কৰা পৃষ্ঠা এখনো তথ্যপূৰ্ণ হ'ব পাৰে), লগতে পোখালি তালিকাকো (কম সমল থকা বা একেবাৰে নথকা সাঁচৰ তালিকা)"।
প্ৰবন্ধৰ নামাকৰণৰ বিষয়ে জানিবলৈ [[:en:Wikipedia:Naming conventions|ৱিকিপিডিয়া:নামাকৰণ নীতি]] চাওক আৰু [[:en:Wikipedia:Administrator|প্ৰশাসক]] বা নিৰ্দিষ্ট সদস্যইহে সম্পাদনা কৰিব পৰা পৃষ্ঠাসমূহৰ তালিকাৰ বাবে [[বিশেষ:ProtectedPages|বিশেষ:সুৰক্ষিত পৃষ্ঠাসমূহ]] চাওক।
==প্ৰবন্ধৰ মানদণ্ড==
প্ৰবন্ধৰ মানদণ্ড ভিন ভিন হ'ব পাৰে, [[:en:WP:VGA|খুব ভাল প্ৰবন্ধ]]ৰ পৰা [[:en:WP:QD|বিলোপনযোগ্য প্ৰবন্ধ]]লৈকে। কিছুমান প্ৰবন্ধ বৰ দীঘল য'ত বহু তথ্য থাকে আৰু কিছুমান অতি চুটি (সম্ভৱ [[:en:Wikipedia:Stub|পোখালি]]) আৰু কম মানদণ্ডৰ।
==অতিৰিক্ত তথ্য==
* [[Special:পৰিসংখ্যা]] - প্ৰবন্ধৰ সাম্প্ৰতিক সংখ্যা
* [[:m:Subpages|Subpages]]
* [[en:Wikipedia:Very good articles|অতি ভাল প্ৰবন্ধ]]
==
* [http://www.wikipedia.org/wikistats/EN/TablesArticlesTotal.htm অধিক বিস্তাৰিত (কিন্তু সাম্প্ৰতিক নহয়) পৰিসংখ্যা]
<noinclude>
|}</noinclude>
|