কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
ত্ZWJ -> ৎ
66 নং শাৰী:
*শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ
*উৰেষা বৰ্ণন
*ভাগৱতৰ তাত্‍পৰ্য্যতাৎপৰ্য্য
==বিষয়বস্তু আৰু আধাৰ গ্ৰন্থ==
78 নং শাৰী:
কীৰ্তন ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত৷ প্ৰথমে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে৷ তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে৷ ধ্যান বৰ্ণনাত ভগৱানৰ সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে৷ নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাষ দিছে অজামিল উপাখ্যানত৷ 'ভকতৰ ভয় আছে কৈত' ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত৷ সংকট কালত যে হৰি নামেই একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত৷ বলিছলনত অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে৷ ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা কৰিছে৷
 
কোনো কোনো পণ্ডিতে কীৰ্তনক "প্ৰবন্ধগীত সংকলন" বুলি অভিহিত কৰিছে অৰ্থাত্‍অৰ্থাৎ পৰস্পৰ সমন্ধযুক্ত গীতৰ সমষ্টি আৰু এটা গীতৰ ভাৱ স্বয়ংসম্পূৰ্ণ নহয়<ref name=bap/>।
 
==ৰচনাশৈলী==