প্ৰযুক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ত্ZWJ -> ৎ
2 নং শাৰী:
'''প্ৰযুক্তি''' হৈছে কোনো সমস্যা সমাধানৰ বাবে নাইবা কোনো কামত লগাবৰ বাবে [[সঁজুলি]], কৌশল, শিল্প, প্ৰণালী বা সজোৱাৰ পদ্ধতিৰ সৃষ্টি কৰা, ব্যৱহাৰ কৰা আৰু জ্ঞান লাভ কৰা। প্ৰযুক্তি শব্দৰ ইংৰাজী প্ৰতিশব্দ ‘technology’ আহিছে গ্ৰীক τεχνολογία (technología) (মূল τέχνη অৰ্থাৎ téchnē) শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল কলা, দক্ষতা বা শিল্প।<ref name="mwdict">{{cite web| url=http://mw1.merriam-webster.com/dictionary/technology|title=Definition of technology|accessdate=2007-02-16|publisher=Merriam-Webster}}</ref> শব্দটো সাধাৰণভাৱে নাইবা কোনো বিশেষ ক্ষেত্ৰত যেনে: "''নিৰ্মান প্ৰযুক্তি''", "''স্বাস্থ্য প্ৰযুক্তি''", "''[[তথ্য প্ৰযুক্তি]]''" আদিত প্ৰয়োগ কৰিব পাৰি।
 
মানৱ আৰু আন জীৱ-জন্তুক চৌপাশৰ পৰিবেশক নিয়ন্ত্ৰণ কৰিবলৈ বা খাপ খুৱাই লোৱাত প্ৰভূত সহায় কৰে। প্ৰাকৃতিক সম্পদক সাধাৰণ সঁজুলিলৈ ৰূপান্তৰ কৰি লোৱাৰে পৰা মানৱ প্ৰজাতিয়ে প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰে। জুই নিয়ন্ত্ৰণৰ ক্ষমতাৰ [[প্ৰাক্‌-ঐতিহাসিক]] আৱিষ্কাৰে মানুহক খাদ্যৰ উত্‍সউৎস বঢ়োৱাত সহায় কৰিলে; আৰু [[চকা]]ৰ উদ্ভাৱনে যাত্ৰা কৰাত আৰু চৌপাশৰ পৰিবেশৰ জ্ঞান আয়ত্ব কৰাত সহায় কৰিলে। শেহতীয়া প্ৰযুক্তিগত উন্নয়ন যেনে- [[চপাশাল]], [[টেলিফোন]] আৰু [[ইণ্টাৰনেট|ইণ্টাৰনেটে]] [[যোগাযোগ]]ৰ বাধা আঁতৰ কৰিছে আৰু গোলকীয় মাপত আদান-প্ৰদানৰ সুযোগ দিছে। কিন্তু সকলো প্ৰযুক্তিয়েই শান্তিৰ কামত ব্যৱহৃত হোৱা নাই। ধ্বংসাত্মক [[অস্ত্ৰ]]ৰ উদ্ভাৱন আৰু ব্যৱহাৰ সহায়েই চলি আহিছে, লাগিলে সি সাধাৰণ [[মুদ্গৰ]]ৰেই হওক বা [[পাৰমাণৱিক অস্ত্ৰ]]ই হওক।
 
প্ৰযুক্তিয়ে [[সমাজ]]ক নানাধৰণেৰে প্ৰভাৱিত কৰিছে। বহুতো সমাজে প্ৰযুক্তিৰ সহায়ত উচ্চতৰ [[অৰ্থনীতি]] গঢ়ি তুলিছে (আজিকালিৰ [[গোলকীয় অৰ্থনীতি]]কে ধৰি) আৰু [[সামাজিক শ্ৰেণী]]ক অৱকাশৰ সুযোগ দিছে। [[পৃথিৱী]] আৰু ইয়াৰ [[প্ৰাকৃতিক পৰিবেশ]] বিনষ্ট কৰা [[প্ৰদূষণ]] আৰু হ্ৰাসিত [[প্ৰাকৃতিক সম্পদ]]ৰ সমস্যাও প্ৰযুক্তিৰে দান। নতুন প্ৰযুক্তিয়ে সমাজৰ মূল্যবোধক প্ৰভাৱিত কৰাৰ উপৰিও ন-ন নৈতিক প্ৰশ্নৰ জন্ম দিয়ে। উদাহৰণস্বৰূপে মানৱ উৎপাদনশীলতাত [[দক্ষতা]]ৰ বৰ্ধমান ধাৰণা যিটো আগতে কেৱল যন্ত্ৰৰ বাবেহে প্ৰয়োগ কৰা হৈছিল আৰু আন আন পৰম্পৰাগত ৰীতিৰ প্ৰত্যাহ্বান।
16 নং শাৰী:
অভিধান আৰু পণ্ডিতসকলে প্ৰযুক্তিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। মেৰিয়াম ৱেবষ্টাৰ অভিধানৰ মতে ই হ’ল-"কোনো বিশেষ ক্ষেত্ৰত জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ" আৰু "জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ পৰা উপজা দক্ষতা""।<ref name="mwdict" /> [[উৰ্চুলা ফ্ৰেংকলিন]]এ আন এটা সংজ্ঞা দিছিল এই বুলি যে-"ই এক অভ্যাস, আমি কামবোৰ যিদৰে কৰোঁ (practice, the way we do things around here)।<ref>{{cite web|url=http://www.anansi.ca/titles.cfm?series_id=4&pub_id=58|title=Real World of Technology|accessdate=2007-02-13|author=Franklin, Ursula| publisher=House of Anansi Press}}</ref> আজিকালি শব্দটোক প্ৰযুক্তিৰ কোনো বিশেষ ক্ষেত্ৰ যেনে [[উচ্চ প্ৰযুক্তি]] বা [[উপভোক্তা ইলেকট্ৰনিক্‌চ]] বুজাবলৈও ব্যৱহাৰ কৰা হয়।<ref>{{cite web|url=http://news.bbc.co.uk/1/hi/technology/default.stm|title=Technology news|accessdate=2006-02-17|publisher=BBC News}}</ref> [[বাৰ্নাড ষ্টিগলাৰ]](Bernard Stiegler)এ "[[Technics and Time, 1]]'' গ্ৰন্থত প্ৰযুক্তিৰ সংজ্ঞা দুই ধৰণে দিছে: "জীৱনৰ বাদে অন্য উপায়েৰে জীৱনৰ সন্ধান"(the pursuit of life by means other than life) আৰু "সংগঠিত অজৈৱ পদাৰ্থ"(organized inorganic matter)।<ref>{{cite book| last=Stiegler।first=Bernard। title=Technics and Time, 1: The Fault of Epimetheus| year=1998|publisher=Stanford University Press|isbn=0-8047-3041-3|pages=17, 82}}</ref> ষ্টিগলাৰে শেহতীয়াকৈ কৈছে যে [[জৈৱপ্ৰযুক্তি]]ক "সংগঠিত অজৈৱ পদাৰ্থ" বুলি ক’ব পৰা নাযাব আৰু "জৈৱ পদাৰ্থৰ পুনৰ্সংগঠন"হে ইয়াৰ বাবে উপযোগী।<ref>{{cite book| last=Stiegler|first=Bernard| title=L'avenir du passé: Modernité de l'archéologie| year=2008।publisher=La Découverte| isbn=2-7071-5495-4| page=23}}</ref>
 
‘প্ৰযুক্তি’ শব্দটোক বিভিন্ন কৌশলৰ সমষ্টি বুজাবলৈও ব্যৱহাৰ কৰিব পাৰি। এই দিশত ই হৈছে সামগ্ৰী উত্‍পাদনৰউৎপাদনৰ বাবে সম্পদৰ প্ৰয়োগ, সমস্যা সমাধান, প্ৰয়োজন পূৰা কৰা বা সন্তুষ্টিৰ বাবে মানৱ জ্ঞানৰ অৱস্থা। বিভিন্ন প্ৰণালী, দক্ষতা, কৌশল, সঁজুলি আৰু কেঁচামাল ইয়াত সন্নিৱিষ্ট। আন শব্দৰ লগত একেলগে ব্যৱহাৰ কৰিলে, যেনে-"ভেষজ প্ৰযুক্তি" বা "মহাকাশ প্ৰযুক্তি"য়ে সেই ক্ষেত্ৰৰ জ্ঞান আৰু সঁজুলিৰ অৱস্থা বুজায়। "[[ষ্টেট-অৱ-দা-আৰ্ট]]" প্ৰযুক্তিয়ে যিকোনো ক্ষেত্ৰত উপলব্ধ [[উচ্চ প্ৰযুক্তি]]ক বুজায়।
 
প্ৰযুক্তিক সংস্কৃতি নিৰ্মাণ বা সলনি কৰা কাৰ্য্য বুলিও ক’ব পাৰি।<ref>{{cite journal| last=Borgmann। first=Albert|year=2006|title=Technology as a Cultural Force: For Alena and Griffin|journal=The Canadian Journal of Sociology|volume=31|issue=3|pages=351–360|url=http://muse.jhu.edu/login?uri=/journals/canadian_journal_of_sociology/v031/31.3borgmann.html। format=fee required। accessdate=2007-02-16। doi=10.1353/cjs.2006.0050}}</ref> তাৰ উপৰিও জীৱনৰ উন্নতিৰ বাবে গণিত, বিজ্ঞান আৰু কলাৰ প্ৰয়োগো প্ৰযুক্তি। উদাহৰণস্বৰূপে [[যোগাযোগ]] প্ৰযুক্তিয়ে মানুহৰ ভাৱ আদান-প্ৰদানৰ বাধা আঁতৰাই নতুন উপ-সংস্কৃতি গঢ় দিয়াত সহায় কৰিছে; তেনেকৈ [[চাইবাৰ সংস্কৃতি]]ৰ অন্তৰালত আছে [[ইণ্টাৰনেট]] আৰু [[কম্পিউটাৰ]]ৰ বিকাশ।<ref>{{cite web| url=http://macek.czechian.net/defining_cyberculture.htm| title=Defining Cyberculture| accessdate=2007-05-25। author=Macek, Jakub}}</ref> সকলো প্ৰযুক্তিয়ে সংস্কৃতিৰ সৃষ্টিমূলক বিকাশ নকৰে; ইয়াক বন্দুকৰ দৰে সঁজুলিৰ জৰিয়তে ৰাজনৈতিক উৎপীড়ন আৰু যুদ্ধৰ কামতো ব্যৱহাৰ কৰা হয়।
"https://as.wikipedia.org/wiki/প্ৰযুক্তি"ৰ পৰা অনা হৈছে