বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

| -> ।
ত্ZWJ -> ৎ
7 নং শাৰী:
''সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ । তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ।।'' ঋগ বেদ ১০/৭/৮০
 
অৰ্থাত্‍অৰ্থাৎ -"হে কন্যা ! তোমাক প্ৰথমতে [[সোম]], দ্বিতীয়তে [[গন্ধৰ্ব]], তৃতীয়তে [[অগ্নি]] আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল । তেনেকুৱা তোমাক [[অগ্নি]]য়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে ।" বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা ।
 
[[আৰ্য]] [[হিন্দু]]সকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ সংস্কাৰ । বিবাহ অনুস্থানত মানৱ জীৱনৰ ঐহিক আৰু পাৰলৌকিক দিশত নানা ধৰণৰ তত্বমূলক কথা জড়িত হৈ আছে । গৃহ্যসূত্ৰ-ৰ মতে গৃহযজ্ঞৰ মূল বিবাহ । হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বন্ধনৰ দ্বাৰা সুখ-শান্তিৰে গৃহস্থাশ্ৰম পালন কৰিব লাগে ।
20 নং শাৰী:
* '''পৈশাচ বিবাহ''' : নিদ্ৰাত অভিভূত অৱ্স্থাত নাইবা মদ্যপানৰ দ্বাৰা বিহ্বল বা উন্মত্ত অৱস্থাত কন্যাক চল কৰি নিৰ্জনত ধৰ্ষণ কৰাৰ নামেই পৈশাচ বিবাহ ।
'''বিবাহৰ উদ্দেশ্য''': পত্নী একমাত্ৰ পুৰুষৰ ভোগ বিলাসৰ সামগ্ৰীয়েই নহয় । পত্নী গাৰ্হস্থ ধৰ্ম পালনৰ সহধৰ্মিণী । সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বা ধৰ্মপত্নী বা সহধৰ্মচাৰিণী বুলি কোৱা হয় । মহাভাৰতৰ শান্তিপৰ্বতো কোৱা আছে- ধৰ্মাৰ্থ কাম কালেষু ভাৰ্য্যা পুংসঃ সহায়িনী
অৰ্থাত্‍অৰ্থাৎ- ধৰ্ম, অৰ্থ, আৰু কাম সাধনৰ ক্ষেত্ৰত ভাৰ্য্যাই একমাত্ৰ পুৰুষৰ সহায়কাৰিণী । পুৰুষ আৰু প্ৰকৃতি অকলশৰীয়া অৱস্থাত প্ৰত্যেকেই অৰ্দ্ধ । পুৰুষৰ অৰ্দ্ধ শৰীৰক পূৰ্ণাঙ্গ কৰিবৰ কাৰণে ভাৰ্য্যা গ্ৰহণ কৰিব লাগে ।<ref>১ মনুস্মৃতি, ৩/২১</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে