পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে- তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূণ্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। [[বিশেষ আপেক্ষিকতাবাদ]]ৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
 
পোহৰ '[[ফ'টন]]' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়। পোহৰৰ বিষয়ে অধ্যয়নক '[[আলোকবিজ্ঞানআলোক বিজ্ঞান]]' বোলা হয় আৰু ই আধুনিক [[পদাৰ্থবিজ্ঞান]]ত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।
 
==পোহৰৰ গতি==
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে