ত্বৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Classical mechanics|right|cTopic=Fundamental concepts}} সময়ৰ লগত বেগৰ পৰিবৰ্তনৰ হাৰক পদাৰ্...
 
No edit summary
1 নং শাৰী:
{{Classical mechanics|right|cTopic=Fundamental concepts}}
[[সময়]]ৰ লগত [[বেগ]]ৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত '''ত্বৰণ''' বুলি কোৱা হয় |<ref>{{cite book|title=The Principles of Mechanics|first=Henry|last=Crew|publisher=BiblioBazaar, LLC|year=2008|isbn=0559368712|pages=43}}</ref> একবিমীয় স্থানত,ত্বৰণ হৈছে বস্তু এটাৰ [[দ্ৰুতি]]ৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ [[Rate (mathematics)|হাৰ]] | যিহেতু বেগ হ’ল এবিধ [[Euclidean vector|ভেক্টৰ]], গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায় |<ref>{{cite book|title=Relativity and Common Sense|first=Hermann|last=Bondi|pages=3|publisher=Courier Dover Publications|year=1980|isbn=0486240215}}</ref><ref>{{cite book|title=Physics the Easy Way|pages=27|first=Robert L.|last=Lehrman|publisher=Barron's Educational Series|year=1998|isbn=0764102362}}</ref> ত্বৰণৰ [[dimensional analysis|মাত্ৰা]] হৈছে [[length|L]]&nbsp;[[time|T]]<sup> −2</sup> | [[International System of Units|SI]] একক পদ্ধতিত, [[metre per second per second|মিটাৰ প্ৰতি বৰ্গছেকেণ্ডত]] (m/s<sup>2</sup>) ত্বৰণ জোখা হয় | (ঋণাত্মক ত্বৰণৰ অৰ্থাত্‍ মন্থৰণৰ মাত্ৰা/একক ত্বৰণৰ সৈতে একে |)
 
 
সাধাৰণ ভাষাত, দ্ৰুতিৰ বৃদ্ধিকেই ''ত্বৰণেৰে'' বুজোৱা হয় (বেগৰ [[magnitude (mathematics)|মান]]);আনহাতে দ্ৰুতিৰ হ্ৰাসকেই ''মন্থৰণ'' বুলি কোৱা হয় | পদাৰ্থ বিজ্ঞানত বেগৰ দিশৰ পৰিবৰ্তনৰ হাৰকো ত্বৰণ বুলি কোৱা হয়: ঘূৰ্ণনশীল গতিৰ ক্ষেত্ৰত বেগৰ দিশৰ পৰিবৰ্তনে ''অভিকেন্দ্ৰিক''(কেন্দ্ৰৰফালে) ত্বৰণৰ সূচনা কৰে; আনহাতে দ্ৰুতিৰ পৰিবৰ্তনৰ হাৰে ''স্পৰ্শকীয়'' ত্বৰণৰ সূচনা কৰে |
 
 
 
 
 
 
"https://as.wikipedia.org/wiki/ত্বৰণ"ৰ পৰা অনা হৈছে