ত্বৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Classical mechanics|right|cTopic=Fundamental concepts}}
[[সময়]]ৰ লগত [[বেগ]]ৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত '''ত্বৰণ''' বুলি কোৱা হয় |<ref>{{cite book|title=The Principles of Mechanics|first=Henryহেনৰি|last=Crewক্ৰিউ|publisher=BiblioBazaarবিবলিঅ’ বাজাৰ, LLC|year=2008২০০৮|isbn=0559368712|pages=43৪৩}}</ref> একবিমীয়একমাত্ৰিক স্থানত,ত্বৰণ হৈছে বস্তু এটাৰ [[দ্ৰুতি]]ৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ [[হাৰ (গণিত)|হাৰ]] | যিহেতু বেগ হ’ল এবিধ [[ইউক্লীডীয় ভেক্টৰ|ভেক্টৰ]], গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায় |<ref>{{cite book|title=Relativity and Common Sense|first=Hermannহাৰমান|last=Bondiবণ্ডি|pages=3|publisher=Courierকোৰিয়াৰ Doverদ’ভাৰ Publicationsপ্ৰকাশন|year=1980১৯৮০|isbn=0486240215}}</ref><ref>{{cite book|title=Physics the Easy Way|pages=27২৭|first=Robertৰ’বাট Lএল.|last=Lehrmanলেহমান|publisher=Barron'sবাৰ’ণচ Educationalইডুকেচনেল Seriesচিৰিজ|year=1998১৯৯৮|isbn=0764102362}}</ref> ত্বৰণৰ [[মাত্ৰীয় বিশ্লেষণ|মাত্ৰা]] হৈছে [[দৈৰ্ঘ|L]]&nbsp;[[সময়|T]]<sup> −2</sup> | [[আন্তঃৰাষ্ট্ৰীয় একক প্ৰণালী|SI]] একক পদ্ধতিত, মিটাৰ প্ৰতি বৰ্গছেকেণ্ডত(m/s<sup>2</sup>) ত্বৰণ জোখা হয় | (ঋণাত্মক ত্বৰণৰ অৰ্থাত্‍ মন্থৰণৰ মাত্ৰা/একক ত্বৰণৰ সৈতে একে |)
 
 
29 নং শাৰী:
:<math>\mathbf{u}_\mathrm{t} = \frac {\mathbf{v}(t)}{v(t)} \ , </math>
 
এ সেইমুহূৰ্তত গতিপথৰ দিশত [[স্পৰ্শকীয় একক ভেক্টৰ]] সূচাইছে | সামতলিক ক্ষেত্ৰত বক্ৰপথত গতি কৰা পদাৰ্থ কণিকাৰ ত্বৰণ, দ্ৰুতিৰ পৰিবৰ্তন ''v(t)'' আৰু দিশৰ পৰিবৰ্তন '''u<sub>t</sub>''' ক একেলগে লৈ, অৱকলনৰ [[শৃংখল নীতি]]<ref>[http://mathworld.wolfram.com/ChainRule.html| ওলফাৰ্ম ডট কম]</ref> আৰু সময়ৰ ফলন দুটাৰ পুৰণৰ অৱকলন হিচাপে তলত দিয়া ধৰণে লিখিব পাৰিঃ
:<math>\begin{alignat}{3}
\mathbf{a} & = \frac{d \mathbf{v}}{dt} \\
46 নং শাৰী:
 
 
==তথ্যসুত্ৰ==
==References==
 
{{Reflist}}
"https://as.wikipedia.org/wiki/ত্বৰণ"ৰ পৰা অনা হৈছে