পোহৰৰ বেগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
48 নং শাৰী:
}}
 
[[ভেকুৱাম]]ত পোহৰৰ বেগক সাধাৰণতে '''''c''''' ৰে বুজোৱা হয়, এই '''''c''''' পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক [[ভৌতিক ধ্ৰুৱক]]। ইয়াৰ মান প্ৰায় ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক বৰ্ণনা কৰা হয় |<ref name="penrose">{{Cite book| last=Penrose |first=R | year=2004 | title=[[The Road to Reality: A Complete Guide to the Laws of the Universe]] | pages=৪১০-১ | publisher=[[ভিণ্টেজ বুকচ]] | isbn=৯৭৮০৬৭৯৭৭৬৩ | quote=... the most accurate standard for the metre is conveniently ''defined'' so that there are exactly 299,792,458 of them to the distance travelled by light in a standard second, giving a value for the metre that very accurately matches the now inadequately precise standard metre rule in Paris. }}</ref> মাইল এককত ইয়াৰ নিকটতম মান হ’ব ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড
"https://as.wikipedia.org/wiki/পোহৰৰ_বেগ"ৰ পৰা অনা হৈছে