পোহৰৰ বেগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
50 নং শাৰী:
[[ভেকুৱাম]]ত পোহৰৰ বেগক সাধাৰণতে '''''c''''' ৰে বুজোৱা হয়, এই '''''c''''' পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক [[ভৌতিক ধ্ৰুৱক]]। ইয়াৰ মান প্ৰায় ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক বৰ্ণনা কৰা হয় |<ref name="penrose">{{Cite book| last=পেনৰ’জ |first=আৰ. | year=2004 | title=The Road to Reality: A Complete Guide to the Laws of the Universe | pages=৪১০-১ | publisher=ভিণ্টেজ বুকচ | isbn=৯৭৮০৬৭৯৭৭৬৩ | quote=... the most accurate standard for the metre is conveniently ''defined'' so that there are exactly 299,792,458 of them to the distance travelled by light in a standard second, giving a value for the metre that very accurately matches the now inadequately precise standard metre rule in Paris. }}</ref> মাইল এককত ইয়াৰ নিকটতম মান হ’ব ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড।
 
[[বিশেষ আপেক্ষিকতাবাদ]]ৰ মতে ''''c''''' হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো শক্তি, পদাৰ্থ আৰু তথ্যই পাব পৰা সৰ্বোচ্চ বেগ। ই হৈছে সকলোবোৰ [[ভৰহীন কণা]] আৰু [[বিদ্যুতচুম্বকীয় বিকিৰণ]] যেনে ভেকুৱামত [[পোহৰ]]ৰ দৰে ভৰহীন কণা সংলগ্ন [[ক্ষেত্ৰ (পদাৰ্থ বিজ্ঞান)|ক্ষেত্ৰ]] সমূহৰ বেগ, ইয়াক [[মহাকৰ্ষণৰ বেগ]] সুত্ৰ (অৰ্থাত্‍ [[মহাকৰ্ষণীয় তৰংগ]])ৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়। এনে কণা বা তৰংগ‍ৰ বেগ ইয়াৰ উত্‍স বা দৰ্শক জন থকা [[জড় প্ৰসংগ প্ৰণালী]]টিৰ ওপৰত নিৰ্ভৰ কৰি সলনি নহয় আৰু ইয়াৰ মান স্তিৰ থাকে, এই ''''c''''' ক আমি [[আইনষ্টাইন]]ৰ বিখ্যাত [[ভৰ-শক্তিৰ সমতুল্যতা]] ''E''&nbsp;=&nbsp;''mc''<sup>2</sup> ত দেখিবলৈ পাওঁ।<ref name=LeClerq>{{Cite book| last=ঊজান |first=জে.পি. |last2=লেকলেৰ্ক|first2=বি. | year=২০০৮ | title=The Natural Laws of the Universe: Understanding Fundamental Constants | url=http://books.google.com/?id=dSAWX8TNpScC&pg=PA43 | pages=৪৩-৪ | publisher=স্প্ৰিনজাৰ | isbn=০৩৮৭৭৩৪৪৫৪৬ }}</ref>
 
কাঁচ, বায়ু, পানী আদিৰ দৰে [[স্বচ্ছ পদাৰ্থৰ]] মাজেৰে যাওঁতে পোহৰৰ বেগ(''''v'''') ধ্ৰুৱক ''''c'''' তকৈ কিছু কম, ''''c'''' আৰু কোনো এক পদাৰ্থৰ বাবে ''''v'''' ৰ মানৰ অনুপাতক সেই পদাৰ্থটোৰ [[প্ৰতিসৰণাংক]] ''n'' বোলা হয়, অৰ্থাত্‍
(''n''&nbsp;=&nbsp;''c''&nbsp;/&nbsp;''v''). ঊদাহৰণস্বৰূপে, [[দৃশ্যমান পোহৰ]]ৰ বাবে কাঁচৰ প্ৰতিসৰণাংক প্ৰায় ১.৫ অৰ্থাত্‍ পোহৰে কাঁচৰ মাজেৰে প্ৰায় {{nowrap|''c'' / 1.5 ≈২০০০০০}} km/s বেগেৰে গতি কৰে, বায়ুৰ প্ৰতিসৰণাংক প্ৰায় ১.০০০৩ গতিকে ভেকুৱামতকৈ বায়ু মাধ্যমত পোহৰে ৯০ km/s কম বেগত গতি কৰে ।
 
 
==তথ্যসুত্ৰ==
"https://as.wikipedia.org/wiki/পোহৰৰ_বেগ"ৰ পৰা অনা হৈছে