পোহৰৰ বেগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
54 নং শাৰী:
কাঁচ, বায়ু, পানী আদিৰ দৰে [[স্বচ্ছ পদাৰ্থৰ]] মাজেৰে যাওঁতে পোহৰৰ বেগ(''''v'''') ধ্ৰুৱক ''''c'''' তকৈ কিছু কম, ''''c'''' আৰু কোনো এক পদাৰ্থৰ বাবে ''''v'''' ৰ মানৰ অনুপাতক সেই পদাৰ্থটোৰ [[প্ৰতিসৰণাংক]] ''n'' বোলা হয়, অৰ্থাত্‍
(''n'' = ''c'' / ''v''). ঊদাহৰণস্বৰূপে, [[দৃশ্যমান পোহৰ]]ৰ বাবে কাঁচৰ প্ৰতিসৰণাংক প্ৰায় ১.৫ অৰ্থাত্‍ পোহৰে কাঁচৰ মাজেৰে প্ৰায় {{nowrap|''c'' / 1.5 ≈২০০০০০}} km/s বেগেৰে গতি কৰে, বায়ুৰ প্ৰতিসৰণাংক প্ৰায় ১.০০০৩ গতিকে ভেকুৱামতকৈ বায়ু মাধ্যমত পোহৰে ৯০ km/s কম বেগত গতি কৰে ।
 
প্ৰায়সংখ্যক ক্ষেত্ৰতে পোহৰক আমি পলকতে গতি কৰা কণা বুলিব পাৰো যদিও, বহু বেছি দূৰত্বৰ ক্ষেত্ৰত আৰু অতি সংবেদনশীল গণনাৰ ক্ষেত্ৰত পোহৰৰ সীমিত গতিৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ, মহাকাশৰ কোনো ঠাইলৈ যেনে এখন মহাযানলৈ যাওঁতে বা তাৰ পৰা আহোঁতে পোহৰে কেইবা মিনিটৰ পৰা ঘণ্টা পৰ্যন্ত ল’ব পাৰে । আমি আকাশত দেখা বহুতো তৰা আচলতে সেই তৰাটোৰ পৰা বহুবছৰ আগতেই অহা পোহৰ মাত্ৰ যি এক বৃহত্‍ দূৰত্ব অতিক্ৰম কৰাৰ পাছত আমাৰ চকুত পৰিছেহি। পোহৰৰ বেগৰ সীমাবদ্ধতাই তাত্বিক কম্পিউটাৰ সমূহৰ বেগকো এক নিৰ্দিষ্ট সীমা প্ৰদান কৰিছে, কিয়নো কম্পিউটাৰ এটাৰ ভিতৰত এটা চিপ(chip)ৰ পৰা আন এটা চিপলৈ তথ্যসমূহ আমি পঠিয়াবই লাগিব।
 
 
Line 60 ⟶ 63:
 
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
[[en:Speed of light]]
"https://as.wikipedia.org/wiki/পোহৰৰ_বেগ"ৰ পৰা অনা হৈছে