পোহৰৰ বেগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
56 নং শাৰী:
প্ৰায়সংখ্যক ক্ষেত্ৰতে পোহৰক আমি পলকতে গতি কৰা কণা বুলিব পাৰো যদিও, বহু বেছি দূৰত্বৰ ক্ষেত্ৰত আৰু অতি সংবেদনশীল গণনাৰ ক্ষেত্ৰত পোহৰৰ সীমিত গতিৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ, মহাকাশৰ কোনো ঠাইলৈ যেনে এখন মহাযানলৈ যাওঁতে বা তাৰ পৰা আহোঁতে পোহৰে কেইবা মিনিটৰ পৰা ঘণ্টা পৰ্যন্ত ল’ব পাৰে । আমি আকাশত দেখা বহুতো তৰা আচলতে সেই তৰাটোৰ পৰা বহুবছৰ আগতেই অহা পোহৰ মাত্ৰ যি এক বৃহত্ দূৰত্ব অতিক্ৰম কৰাৰ পাছত আমাৰ চকুত পৰিছেহি। পোহৰৰ বেগৰ সীমাবদ্ধতাই তাত্বিক কম্পিউটাৰ সমূহৰ বেগকো এক নিৰ্দিষ্ট সীমা প্ৰদান কৰিছে, কিয়নো কম্পিউটাৰ এটাৰ ভিতৰত এটা চিপ(chip)ৰ পৰা আন এটা চিপলৈ তথ্যসমূহ আমি পঠিয়াবই লাগিব।
১৬৬৭ চনত অ’লে ৰ’মাৰে [[বৃহস্পতি]]ৰ চন্দ্ৰসমূহৰ আপাত গতি অধ্যয়ন কৰি পোন প্ৰথম বাৰৰ বাবে "পোহৰৰ গতিবেগ সীমিত" বুলি মন্তব্য আগবঢ়াইছিল। পাছত ১৮৮৫ চনত [[জেমচ ক্লাৰ্ক মেক্সৱেল|জেমচ ক্লাৰ্ক মেক্সৱেলে]] পোহৰক এক বিদ্যুত চুম্বকীয় তৰংগ হিচাপে প্ৰমান কৰে, সেয়ে হিচাপে পোহৰৰ গতিবেগ ''''c'''' হয়, [[এলবাৰ্ট আইনষ্টাইন|এলবাৰ্ট আইনষ্টাইনে]] ব্যাখ্যা আগবঢ়াই যে কোনো জড় প্ৰসংগ প্ৰণালীৰ সাপেক্ষে পোহৰৰ বেগ ইয়াৰ উত্সৰ ওপৰত নিৰ্ভৰশীল নহয় <ref name="stachel">{{cite book |title=Einstein from "B" to "Z" - Volume 9 of Einstein studies |first1=জে.জে. |last1=ষ্টেতচেল |publisher=স্প্ৰিনজাৰ |year=২০০২ |isbn=0817641432 |page=226 |url=http://books.google.com/books?id=OAsQ_hFjhrAC&pg=PA226}}</ref> তেওঁ লগতে [[বিশেষ আপেক্ষিকতাবাদ]]ৰ সহায়ত এই পৰিঘটনাৰ অনুসিদ্ধান্তসমূহ ব্যাখ্যাও কৰে আৰু দেখুৱাই যে, ''c'' পোহৰ বা বিদ্যুত চুম্বকত্ব বাহিৰেও আন আন ক্ষেত্ৰতো প্ৰাসংগিক । তাৰ পিছত শতিকাজোৰা গণনা অন্তত ১৯৭৫ চনত পোহৰৰ বেগ ২৯৯৭৯২৪৫৮ মি .প্ৰতি ছেকেণ্ড বুলি নিশ্চিত কৰা হয় (য’ত ভুলৰ সম্ভাৱনা ৪ বিলিয়ন ভাগৰ এভাগ)। ১৯৮৩ চনত মিটাৰ এককক নতুনকৈ বৰ্ণনা কৰা হয়, এই অনুসৰি ভেকুৱামত ২৯৯৭৯২৪৫৮ ভাগৰ ১ ছেকেণ্ডত পোহৰে অতিক্ৰম কৰা দূৰত্বই ১ মিটাৰ। <ref name=BIPM_SI_units>{{SIbrochure|page=১১২}}</ref>
==তথ্যসুত্ৰ==
|