ত্বৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ত্ZWJ -> ৎ
No edit summary
1 নং শাৰী:
{{Classical mechanics|right|cTopic=Fundamentalমৌলিক conceptsধাৰণাসমূহ}}
[[সময়]]ৰ লগত [[বেগ]]ৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত '''ত্বৰণ''' বুলি কোৱা হয় |<ref>{{cite book|title=The Principles of Mechanics|first=হেনৰি|last=ক্ৰিউ|publisher=বিবলিঅ’ বাজাৰ, LLC|year=২০০৮|isbn=0559368712|pages=৪৩}}</ref> একমাত্ৰিক স্থানত,ত্বৰণ হৈছে বস্তু এটাৰ [[দ্ৰুতি]]ৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ [[হাৰ (গণিত)|হাৰ]] | যিহেতু বেগ হ’ল এবিধ [[ইউক্লীডীয় ভেক্টৰ|ভেক্টৰ]], গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায় |<ref>{{cite book|title=Relativity and Common Sense|first=হাৰমান|last=বণ্ডি|pages=৩|publisher=কোৰিয়াৰ দ’ভাৰ প্ৰকাশন|year=১৯৮০|isbn=0486240215}}</ref><ref>{{cite book|title=Physics the Easy Way|pages=২৭|first=ৰ’বাট এল.|last=লেহমান|publisher=বাৰ’ণচ ইডুকেচনেল চিৰিজ|year=১৯৯৮|isbn=0764102362}}</ref> ত্বৰণৰ [[মাত্ৰীয় বিশ্লেষণ|মাত্ৰা]] হৈছে [[দৈৰ্ঘ|L]]&nbsp;[[সময়|T]]<sup> −2</sup> | [[আন্তঃৰাষ্ট্ৰীয় একক প্ৰণালী|SI]] একক পদ্ধতিত, মিটাৰ প্ৰতি বৰ্গছেকেণ্ডত(m/s<sup>2</sup>) ত্বৰণ জোখা হয় | (ঋণাত্মক ত্বৰণৰ অৰ্থাৎ মন্থৰণৰ মাত্ৰা/একক ত্বৰণৰ সৈতে একে |)
 
"https://as.wikipedia.org/wiki/ত্বৰণ"ৰ পৰা অনা হৈছে