তৰল পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Stub}}
[[Image:2006-01-14 Surface waves.jpg|thumb|300px|জুলীয়া পদাৰ্থ পানীত সৃষ্টি হোৱা তৰংগ]]
'''জুলীয়া''' বা '''তৰল''' হৈছে [[পদাৰ্থ]]ৰ তিনিবিধ ধ্রুপদী অৱস্থাৰ এটা (আন দুটা হৈছে [[কঠিন পদাৰ্থ|কঠিন]] আৰু [[গেছীয় পদাৰ্থ|গেছীয়]])। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই [[ৰাসায়নিক বান্ধনী]]ৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। [[পানী]] পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ। গেছৰ দৰে জুলীয়া পদাৰ্থয়োপদাৰ্থও প্ৰবাহীত হ'ব পাৰে আৰু যি পাত্ৰত থোৱা যায় তাৰ আকাৰ ল'ব পাৰে। গেছৰ বিপৰীতে, এটি জুলীয়া পদাৰ্থপদাৰ্থই পাত্ৰৰ প্ৰতিতো স্থান পূৰণ নকৰে, আৰু এক মোটামুটি ধ্ৰুবক [[ঘনত্ব]] ৰক্ষা কৰি চলে। এই ঘনত্ব গোটা পদাৰ্থৰ দৰে প্রায় একে হ'লেও গেচতকৈগেছতকৈ অনেক বেছি। কিছুমান জুলীয়া পদাৰ্থক সংকুচিত কৰিব পৰা যায়, আৰু কিছুমানক কৰিব পৰা নাযায়।{{citation needed}}
 
জুলীয়া পদাৰ্থৰ এটা প্ৰধান ধৰ্ম হৈছে [[পৃষ্ঠটান]], ইয়াৰ বাবেই তৰল পদাৰ্থই কঠিন পদাৰ্থক তিয়াব পাৰে।
[[Image:Water drop 001.jpg|thumb|300px| পানীৰ টোপাল গঠন এটা প্ৰাকৃতিক পৰিঘটনা, ই মুঠ [[পৃষ্ঠকালি]] হ্ৰাস কৰে, আৰু তাৰ ফলস্বৰূপে হোৱা [[পৃষ্ঠটান|পৃষ্ঠটানে]] টোপালটোক সাম্যাৱস্থা প্ৰদান কৰে]]
 
==পাতনি==
 
তৰল পদাৰ্থ এবিধ [[প্ৰবাহী]] (ফ্লুইড), কঠিন পদাৰ্থৰ বিপৰীতে তৰল পদাৰ্থৰ [[অণু]] এটাই লৰ-চৰ কৰিবৰ বাবে যঠেষ্ট মুক্তাৱস্থা পায়, তৰল পদাৰ্থৰ [[অণু]]সমূহ বান্ধিৰখা অস্থায়ী শক্তিবোৰে ইয়াৰ প্ৰবাহীত হোৱাৰ ক্ষমতা প্ৰদান কৰে, কঠিন পদাৰ্থৰ বেলিকা এই ঘটনা দেখিবলৈ পোৱা নাযায়।