তৰল পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
তৰল পদাৰ্থ এবিধ [[প্ৰবাহী]] (ফ্লুইড), কঠিন পদাৰ্থৰ বিপৰীতে তৰল পদাৰ্থৰ [[অণু]] এটাই লৰ-চৰ কৰিবৰ বাবে যঠেষ্ট মুক্তাৱস্থা পায়, তৰল পদাৰ্থৰ [[অণু]]সমূহ বান্ধিৰখা অস্থায়ী শক্তিবোৰে ইয়াৰ প্ৰবাহীত হোৱাৰ ক্ষমতা প্ৰদান কৰে, কঠিন পদাৰ্থৰ বেলিকা এই ঘটনা দেখিবলৈ পোৱা নাযায়।
 
তৰল পদাৰ্থই গেছৰ দৰে [[প্ৰবাহী]] পদাৰ্থৰ ধৰ্ম দেখুৱাই, ই বৈ যাব পাৰে, ইয়াক ধাৰণ কৰা পাত্ৰৰ আকাৰ ল’ব পাৰে আৰু বন্ধ পাত্ৰত ৰাখিলে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা [[চাপ]] পাত্ৰৰ প্ৰতিখন বেৰত বিতৰন কৰিব পাৰে।
গেছৰ দৰে অৱশ্যে এটা তৰল আন এটাৰ লগত মিহলি হৈ নাযাবও পাৰে, আৰু অতি বেচি চাপ নাপালে গেছৰ দৰে ই সংকুচনশীলো নহয়। এনেবোৰ ধৰ্মই তৰল পদাৰ্থক কিছুমান বিশেষ প্ৰয়োগ যেনে: হাইড্ৰলিকচ আদিৰ বাবে উপযোগী কলি তোলে।