তৰল পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
11 নং শাৰী:
 
তৰল পদাৰ্থই গেছৰ দৰে [[প্ৰবাহী]] পদাৰ্থৰ ধৰ্ম দেখুৱাই, ই বৈ যাব পাৰে, ইয়াক ধাৰণ কৰা পাত্ৰৰ আকাৰ ল’ব পাৰে আৰু বন্ধ পাত্ৰত ৰাখিলে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা [[চাপ]] পাত্ৰৰ প্ৰতিখন বেৰত বিতৰন কৰিব পাৰে।
গেছৰ দৰে অৱশ্যে এটা তৰল আন এটাৰ লগত মিহলি হৈ নাযাবও পাৰে, আৰু অতি বেচি চাপ নাপালে গেছৰ দৰে ই সংকুচনশীলোসংকোচনশীলো নহয়। এনেবোৰ ধৰ্মই তৰল পদাৰ্থক কিছুমান বিশেষ প্ৰয়োগ যেনে: হাইড্ৰলিকচ আদিৰ বাবে উপযোগী কলি তোলে।