পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
[[জ্যোতিৰ্বিজ্ঞান]], [[আলোক বিজ্ঞান]] আৰু [[বলবিজ্ঞান|বলবিজ্ঞানেই]] হৈছে [[পদাৰ্থ বিজ্ঞান]]ৰ প্ৰাচীনতম ভাগ, [[জ্যামিতি]]ৰ অধ্যয়নৰ সময়ত গাণিতিক ভাবে এই তিনি ভাগক একত্ৰীকৰণ কৰা হয়, বেবীলনীয় আৰু গ্ৰীচ লিখকসমূহ যেনে, [[আৰ্কিমিডিচ]] আৰু [[টলেমি]]ৰ দিনৰ পৰা [[গণিত]]ৰ বিকাশ আৰম্ভ হয়। সেই সময়তে ফিজিক্স বোলা দৰ্শনৰ ভাগটোত বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিয়া আৰম্ভ হয়, আৰু [[এৰিষ্টটল]]ৰ দিনত এই ভাগটোৰ যুগান্তকাৰী বিকাশ হয়।
 
গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ:-৪৮০খৃ:পূ:) [[ছক্ৰেতিচ]]ৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬-৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "[[থেলাচ|থেলাচে]]" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহন কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতা" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে। <ref>চিংগাৰ, চি.. ''A Short History of Science to the 19th century.'' ষ্ট্ৰীটাৰ প্ৰেচ, ২০০৮. পৃ ৩৫</ref> খৃষ্ট পূৰ্ব ৫ম শতিকাত [[লুচিপাচ|লুচিপাচে]] [[পৰমাণুবাদ]]ৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক [[পৰমাণু]] বোলা হয়, পাছত এই মতবাদৰ [[ডেমক্ৰিটাচ|ডেমক্ৰিটাচে]] বাখ্যা আগবঢ়াই।
[[Image:Aristotle Altemps Inv8575.jpg|thumb|150px|left|[[ এৰিষ্টটল]] (৩৮৪–৩২২ খৃ:পূ:)]]
==তথ্যসুত্ৰ==