পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ r2.7.1) (ৰবট যোগ দিছে :ar, bg, bn, bs, ca, cy, da, de, es, eu, fa, fi, fr, gl, he, hr, id, it, ja, ka, ko, ms, nl, pl, pt, ru, scn, sh, sk, sv, th, vi, zh |
No edit summary |
||
13 নং শাৰী:
[[প্লেটো|প্লেটোৰ]] শিষ্য [[এৰিষ্টটল]] (৩৮৪ -৩২২ খৃ:পূ:)এ প্ৰথমে মতপোষন কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সুক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সুত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ; ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) [[প্ৰাকৃতিক দৰ্শন]]ৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে।
প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:প: মানত এৰাট’চথেন্সে (খৃ:পূ: ২৭৬-১৯৪) সঠিক ভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। এৰিষ্টটলৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে এৰিষ্টাৰকাচ(খৃ:পূ: ৩১০-১৯৪)এ [[পৃথিৱী]]ৰ পৰিৱৰ্তে [[সূৰ্য]]ক কেন্দ্ৰত ৰাখি [[সৌৰজগত]]ৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, এৰিষ্টাৰকাচৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী চেলেকাচে পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, পাছত প্লুটাৰ্কে চেলেকাচেই প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ সঠিক ব্যাখ্যাকাৰ বুলি মন্তব্য আগবঢ়াই।
==তথ্যসুত্ৰ==
|