পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
[[প্লেটো|প্লেটোৰ]] শিষ্য [[এৰিষ্টটল]] (৩৮৪ -৩২২ খৃ:পূ:)এ প্ৰথমে মতপোষন কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সুক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সুত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ; ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) [[প্ৰাকৃতিক দৰ্শন]]ৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে।
 
প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:প: মানত এৰাট’চথেন্সে (খৃ:পূ: ২৭৬-১৯৪) সঠিক ভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। এৰিষ্টটলৰ[[এৰিষ্টটল]]ৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে [[এৰিষ্টাৰকাচ]](খৃ:পূ: ৩১০-১৯৪)এ [[পৃথিৱী]]ৰ পৰিৱৰ্তে [[সূৰ্য]]ক কেন্দ্ৰত ৰাখি [[সৌৰজগত]]ৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, এৰিষ্টাৰকাচৰ[[এৰিষ্টাৰকাচ]]ৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী [[চেলেকাচ|চেলেকাচে]] পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, পাছত [[প্লুটাৰ্ক|প্লুটাৰ্কে]] [[চেলেকাচ|চেলেকাচেই]] প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ সঠিক ব্যাখ্যাকাৰপ্ৰৱৰ্তক বুলি মন্তব্য আগবঢ়াই।
 
খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ [[আৰ্কিমিডিচ|আৰ্কিমিডিচে]] পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সুত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত [[প্লাবিতা]]ৰ সুত্ৰ আৱিষ্কাৰ কৰে, ইয়াক [[আৰ্কিমিডিচৰ সুত্ৰ]]ও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ [[টলেমি]]য়ে লিখা [[আলগামেষ্ট]] নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰ স্ৱৰূপ হোৱা দেখা যায়।
 
কালৰ গতিত প্ৰাচীন কালত একত্ৰীতহোৱা জ্ঞানপুঞ্জ ক্ৰমাত হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। [[হিপাৰকাচ| হিপাৰকাচে]] লিখি যোৱা ১৪ খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, [[এৰিষ্টটল]]ৰ ১৫০খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তাৰোপৰি [[এৰিষ্টটল]]ৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইচলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ [[আৰবীক]] ভাষালৈ অনুবাদ কৰা কৰে। [[অল-কিণ্ডি]], [[অল-ফৰাবী]], [[অভিচিনা]], [[এভেৰুচ]] আদিৰ দৰে ইচলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰনেৰে পুন:ব্যাখ্যা কৰে। [[ইবন অল-হাথিম]] আৰু [[আবু ৰিহান বিৰুণি]] অৱ্দানো মন কৰিবলগীয়া, তেওঁলোকে পৰৱৰ্তী কালত পশ্ছিম ইউৰোপত [[ৰ’জাৰ বেকেন]] আৰু [[ৱিটেল’]]ৰ দৰে শিক্ষাবিদৰ পৰা শিক্ষা অধীনত গ্ৰহন কৰে।
==তথ্যসুত্ৰ==
 
==তথ্যসুত্ৰ==
<references/>