পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
18 নং শাৰী:
খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ [[আৰ্কিমিডিচ|আৰ্কিমিডিচে]] পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সুত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত [[প্লাবিতা]]ৰ সুত্ৰ আৱিষ্কাৰ কৰে, ইয়াক [[আৰ্কিমিডিচৰ সুত্ৰ]]ও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ [[টলেমি]]য়ে লিখা [[আলগামেষ্ট]] নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰ স্ৱৰূপ হোৱা দেখা যায়।
 
{|align=right
কালৰ গতিত প্ৰাচীন কালত একত্ৰীতহোৱা জ্ঞানপুঞ্জ ক্ৰমাত হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। [[হিপাৰকাচ| হিপাৰকাচে]] লিখি যোৱা ১৪ খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, [[এৰিষ্টটল]]ৰ ১৫০খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তাৰোপৰি [[এৰিষ্টটল]]ৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইচলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ [[আৰবীক]] ভাষালৈ অনুবাদ কৰে। [[অল-কিণ্ডি]], [[অল-ফৰাবী]], [[অভিচিনা]], [[এভেৰুচ]] আদিৰ দৰে ইচলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুন:ব্যাখ্যা কৰে। [[ইবন অল-হাথিম]] আৰু [[আবু ৰিহান বিৰুণি]] অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পৰৱৰ্তী কালত পশ্ছিম ইউৰোপত [[ৰ’জাৰ বেকেন]] আৰু [[ৱিটেল’]]ৰ দৰে শিক্ষাবিদৰ পৰা শিক্ষা অধীনত গ্ৰহন কৰে।
|[[Image:Ibn al-Haytham.png|thumb|150px|right|[[ইবন অল-হাথিম]] (আলহাজেন), ৯৬৫–১০৩৯, [[বচৰা]]]]
|}
 
কালৰ গতিত প্ৰাচীন কালত একত্ৰীতহোৱা জ্ঞানপুঞ্জ ক্ৰমাত হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। [[হিপাৰকাচ| হিপাৰকাচে]] লিখি যোৱা ১৪ খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, [[এৰিষ্টটল]]ৰ ১৫০খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তাৰোপৰি [[এৰিষ্টটল]]ৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইচলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ [[আৰবীক]] ভাষালৈ অনুবাদ কৰে। [[অল-কিণ্ডি]], [[অল-ফৰাবী]], [[অভিচিনা]], [[এভেৰুচ]] আদিৰ দৰে ইচলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুন:ব্যাখ্যা কৰে। [[ইবন অল-হাথিম]] আৰু [[আবু ৰিহান বিৰুণি]]<ref>{{Harvtxt|গ্লিক|লাইভচে’|ৱালিচ|২০০৫|পৃ=৮৯–৯০}}</ref><ref name=Rozhanskaya-642>Mariam Rozhanskaya and I. S. Levinova (1996), "Statics", p. 642, in {{Harvtxt|Rashed|Morelon|1996|pp=614–642}}</ref> অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পৰৱৰ্তী কালত পশ্ছিম ইউৰোপত [[ৰ’জাৰ বেকেন]] আৰু [[ৱিটেল’]]ৰ দৰে শিক্ষাবিদৰ পৰা শিক্ষা অধীনত গ্ৰহন কৰে।
 
==তথ্যসুত্ৰ==