দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
তথ্যপেৰা
1 নং শাৰী:
{{Infobox musical artist
[[চিত্ৰ:Dipali Barthakur.jpg|thumb|right|45Px|দীপালী বৰঠাকুৰ]]
| name = দীপালী বৰঠাকুৰ
| image = Dipali Barthakur.jpg
| alt =
| caption =
| image_size = 150px
| landscape =
| background =solo_singer
| birth_name =
| alias =
| birth_date = {{birth date and age|1981|01|30}}
| birth_place =
| origin =
| death_date = <!-- {{death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date 1st) -->
| death_place =
| genre =
| occupation =
| instrument =
| years_active = ১৯৫৫-১৯৬৯
| label =
| associated_acts =
| website = <!-- {{URL|example.com}} -->
| notable_instruments =
}}
 
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>।
Line 18 ⟶ 41:
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ '[[মটৰ নিউৰণ ৰোগ]]'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art />
 
==তথ্যসূত্ৰ==
==তথ্য উৎস==
{{reflist}}