অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

cleanup tag, interwiki
1 নং শাৰী:
{{cleanup}}
{{Infobox person
|bgcolour = silver
Line 16 ⟶ 17:
|website =
}}
'''অনুৰাধা শৰ্মা পূজাৰী''' (জন্ম ১৯৬৪ চন) [[অসম]]ৰ নতুন প্ৰজন্মৰএগৰাকী অন্যতমলেখিকা শক্তিশালীআৰু লেখিকা।সাংবাদিক। ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]] বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত ‘[[আমাৰ অসম]]’ কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান ‘[[সাদিন]]’ কাকতৰ সম্পাদক হিছাপে কাৰ্য্যৰত হৈ আছে। ‘চাহেব পুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে ।
 
==সাহিত্য কৰ্মৰাজি==
===উপন্যাস===
Line 38 ⟶ 40:
 
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:অসমীয়া গল্পকাৰ]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:অসমৰ সাংবাদিক]]
 
[[en:Anuradha Sharma Pujari]]