হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বিস্তাৰ (edited with ProveIt)
বিস্তাৰ
10 নং শাৰী:
}}
 
'''হেমচন্দ্ৰ বৰুৱা''' [[অসমীয়া ভাষা]]-সাহিত্যৰ এজন একনিষ্ঠ সেৱক৷ ১৮৩৫ চনৰ ডিচেম্বৰ মাহত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[শিৱসাগৰ জিলা|শিৱসাগৰ জিলাৰ]] ৰজা-বাহৰ গাঁৱত <ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref> জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা৷ '''অসমীয়া ভাষাৰ ওজা''' নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, [[হেমকোষ]] [[অভিধান|অভিধানৰ]] প্ৰণেতা৷ তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত [[হেমকোষ]] প্ৰকাশিত হয়৷
 
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[শিৱসাগৰ জিলা|শিৱসাগৰ জিলাৰ]] ৰজা-বাহৰ গাঁৱত <ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref> জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল '''মুক্তাৰাম বৰুৱা''' আৰু মাতৃৰ নাম আছিল '''ৰূপহী দেৱী'''৷ মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ সন্তান আৰু এজনী পুত্ৰী আছিল| হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জেষ্ঠ সন্তান আছিল৷ ==শিক্ষা==
 
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগ লগে [[ব্যাকৰণ|ব্যাকৰণো]]৷
 
==কৰ্ম জীৱন==
Line 35 ⟶ 40:
{{reflist}}
 
===বাহ্যিক সংযোগ===
 
[[oldwikisource:কানীয়াৰ কীৰ্ত্তন|কানীয়াৰ কীৰ্ত্তন]], wikisource-ত থকা লিখনি।
==wikisource-ত হেমচন্দ্ৰ বৰুৱাৰ উল্লেখ আছে==
নিম্নোক্ত লিংক চাব পাৰে।
[[oldwikisource:কানীয়াৰ কীৰ্ত্তন|কানীয়াৰ কীৰ্ত্তন]]
 
[[Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]