হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বিস্তাৰ
No edit summary
13 নং শাৰী:
 
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[শিৱসাগৰ জিলা|শিৱসাগৰ জিলাৰ]] ৰজা-বাহৰ গাঁৱত <ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref> জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল '''মুক্তাৰাম বৰুৱা''' আৰু মাতৃৰ নাম আছিল '''ৰূপহী দেৱী'''৷ মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ সন্তান আৰু এজনী পুত্ৰী আছিল| হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জেষ্ঠ সন্তান আছিল৷<ref>অসমীয়া প্ৰতিদিন, ১০ ডিচেম্বৰ, ২০১১ শণিবাৰ (এনাজৰী, পৃষ্ঠা নং ৪)</ref>

==শিক্ষা==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগলগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকালৈকে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল৷
 
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগ লগে [[ব্যাকৰণ|ব্যাকৰণো]]৷
 
==কৰ্ম জীৱন==