হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
 
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[শিৱসাগৰ জিলা|শিৱসাগৰ জিলাৰ]] ৰজা-বাহৰ গাঁৱত <ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref> জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল '''মুক্তাৰাম বৰুৱা''' আৰু মাতৃৰ নাম আছিল '''ৰূপহী দেৱী'''৷ মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল৷ হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জেষ্ঠ সন্তান আছিল৷<ref name="হেমচন্দ্ৰঅসমীয়া বৰুৱাপ্ৰতিদিন (এনাজৰী)">{{cite book | title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | author=গগণ চন্দ্ৰ অধিকাৰী | year=১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ) | pages=৪}}</ref>
 
==শিক্ষা==