হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
13 নং শাৰী:
 
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[শিৱসাগৰযোৰহাট জিলা|শিৱসাগৰযোৰহাট জিলাৰ]] ৰজা-বাহৰ গাঁৱত <ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref> জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল '''মুক্তাৰাম বৰুৱা''' আৰু মাতৃৰ নাম আছিল '''ৰূপহী দেৱী'''৷ মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল৷ হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জেষ্ঠ সন্তান আছিল৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)">{{cite book | title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | author=গগণ চন্দ্ৰ অধিকাৰী | year=১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ) | pages=৪}}</ref>
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==
==শিক্ষা==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকালৈকে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল৷ ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়| কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে| তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]|
 
==বিবাহ==
১৮৫২ চনত তেখেতে বিয়া কৰাইছিল| এবছৰৰ পাছতে এজনী কণ্যা সন্তান জন্ম লাভ কৰে| জীয়েকৰ নাম পদ্মাৱতী ৰাখিছিল| বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যু সাৱটি লয়|
 
 
Line 30 ⟶ 33:
 
==প্ৰকাশিত পুথি==
* [[অসমীয়া ব্যাকৰণ]], ১৮৫৯ চনত প্ৰকাশ পায়|
* [[অসমীয়া ল’ৰাৰ ব্যাকৰণ]]
* [[তুলনামূলক ব্যাকৰণ]]
* [[অসমীয়া ল'ৰাৰ আদিপাঠ]]
* [[পাঠ-মালা]], এই পাঠ্যপুথিখন ১৮৮২ চনত ৰচনা কৰিছিল|
* [[স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়]],
* [[কানীয়াৰ কীৰ্ত্তন]]
* [[বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী]]
* [[আছামিজ মেৰেজ ছিষ্টেম]]<ref name="হেমচন্দ্ৰ বৰুৱা" />
* [[অসমীয়া হেমকোষ]], এই অভিধানখন ১৯০০ চনত প্ৰকাশ পায়|
 
==মৃত্যু==