হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
(edited with ProveIt)
3 নং শাৰী:
| image = hem-chandra-baruah.png.jpg
| birth_date = ১৮৩৫ চনৰ ডিচেম্বৰ মাহ
| birth_place = [[শিৱসাগৰযোৰহাট জিলা|শিৱসাগৰযোৰহাট]]
| death_date = ১৮৯৬ চন
| nationality = [[ভাৰত|ভাৰতীয়]]
16 নং শাৰী:
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকালৈকে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল৷ ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়|হয়৷ কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে| তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]|৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
 
==বিবাহ==
১৮৫২ চনত তেখেতে বিয়া কৰাইছিল|কৰাইছিল৷ এবছৰৰ পাছতে এজনী কণ্যা সন্তান জন্ম লাভ কৰে|কৰে৷ জীয়েকৰ নাম পদ্মাৱতী ৰাখিছিল|ৰাখিছিল৷ বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যু সাৱটি লয়|লয়৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
 
 
33 নং শাৰী:
 
==প্ৰকাশিত পুথি==
* [[অসমীয়া ব্যাকৰণ]], ১৮৫৯ চনত প্ৰকাশ পায়|পায়৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
* [[অসমীয়া ল’ৰাৰ ব্যাকৰণ]]
* [[তুলনামূলক ব্যাকৰণ]]
* [[অসমীয়া ল'ৰাৰ আদিপাঠ]]
* [[পাঠ-মালা]], এই পাঠ্যপুথিখন ১৮৮২ চনত ৰচনা কৰিছিল|কৰিছিল৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
* [[স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়]],
* [[কানীয়াৰ কীৰ্ত্তন]]
* [[বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী]]
* [[আছামিজ মেৰেজ ছিষ্টেম]]<ref name="হেমচন্দ্ৰ বৰুৱা" />
* [[অসমীয়া হেমকোষ]], এই অভিধানখন ১৯০০ চনত প্ৰকাশ পায়|পায়৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
 
==মৃত্যু==
54 নং শাৰী:
 
[[Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[Category:জীৱনী]]