হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকালৈকেশিকাৰ তেওঁৰপাছতেই দেউতাকৰতেখেতে মৃত্যুসেই হৈছিল৷শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিত্সাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে৷ ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়৷ কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে| তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
 
==বিবাহ==
53 নং শাৰী:
[[oldwikisource:কানীয়াৰ কীৰ্ত্তন|কানীয়াৰ কীৰ্ত্তন]], wikisource-ত থকা লিখনি।
 
[[Categoryশ্ৰেণী:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:অসমীয়া ভাষাবিদ]]