হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
10 নং শাৰী:
}}
 
 
'''হেমচন্দ্ৰ বৰুৱা''' [[অসমীয়া ভাষা]]-সাহিত্যৰ[[অসমীয় সাহিত্য|সাহিত্য]]ৰ এজন একনিষ্ঠ সেৱক৷ '''অসমীয়া ভাষাৰ ওজা''' নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, [[হেমকোষ]] [[অভিধান|অভিধানৰ]] প্ৰণেতা৷ তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত [[হেমকোষ]] প্ৰকাশিত হয়৷<ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref>
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[যোৰহাট জিলা|যোৰহাট জিলাৰ]] ৰজা-বাহৰ গাঁৱত জন্ম হৈছিল৷
Line 16 ⟶ 17:
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিত্সাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে৷ ফলত তেওঁ [[শিৱসাগৰ]]লৈ গৈ খুৰাক '''লক্ষ্মীৰাম বৰুৱা'''ৰ ঘৰত থাকিবলগীয়া হয়৷{{cite web | url=<ref>http://www.iitg.ernet.in/rcilts/phaseI/hem_b.html |RCILTS, title=HemchandraIIT, BaruahGuwahati | accessdate=Februaryহেমচন্দ্ৰ 19,বৰুৱাৰ 2012}}{{citeবিষয়ে webথকা | url=http:তথ্য<//onlinesivasagar.com/literature/hemchandra-barua.htmlref> |ফলত title=Hemchandraতেওঁ Barua[[শিৱসাগৰ]]লৈ |গৈ accessdate=Februaryখুৰাক 19,'''লক্ষ্মীৰাম 2012}}বৰুৱা'''ৰ ঘৰত থাকিবলগীয়া হয়৷ কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে| তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>৷
 
নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে ইয়াৰ মাজতো [[সংস্কৃত]], [[হিন্দী]] আৰু [[ইংৰাজী ভাষা]]ৰ জ্ঞান আহৰণ কৰিছিল৷