কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

105 নং শাৰী:
কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত৷কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল - মডিনাত অল শ্বামাল৷ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ৷ কাটাৰৰ একমাত্ৰ এয়াৰপৰ্টটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ৷কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী৷ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ৷ অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত টুৰিষ্টে মনোৰঞ্জনৰ বাবে যায়৷
 
কাটাৰৰ বতৰ : নভেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি৷ এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেন্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেন্টিগ্ৰেডলৈ যায়৷মেযায় ৷ মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেন্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে৷কাটাৰতউঠে ৷ কাটাৰত বৰষুণ অতি কম হয়৷ কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়৷কেতিয়াবাহয় ৷ কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে৷
কাটাৰৰ বতৰ :
কাটাৰত পাহাৰ আৰু নদী নাই৷ জলবায়ু শুষ্ক৷ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ ৷ তথাপিও দেশখনৰদেশৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে৷খেজুৰআছে৷ খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়৷
নভেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি৷ এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেন্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেন্টিগ্ৰেডলৈ যায়৷মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেন্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে৷কাটাৰত বৰষুণ অতি কম হয়৷ কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়৷কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে৷
কাটাৰত পাহাৰ আৰু নদী নাই৷ জলবায়ু শুষ্ক৷ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ ৷ তথাপিও দেশখনৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে৷খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়৷
 
== অৰ্থতন্ত্ৰ ==
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে