কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

128 নং শাৰী:
== অৰ্থতন্ত্ৰ ==
অৰ্থনীতি: কাটাৰৰ অৰ্থনীতিৰ আধাৰ হ'ল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ৷ ইয়াৰে শতকৰা ৮৫ ভাগ ৰপ্তানিৰ দ্বাৰা ৰাজকোষ টনকিয়াল হয়৷১৯৪০চনত খাৰুৱা তেলৰ সন্ধান নোপোৱালৈকে কাটাৰৰ আৰ্থিক অৱস্থা শোচনীয় আছিল৷আজি দেশখনৰ উন্নতিৰ মূলতেই হ'ল এই পনীয়া সোণ৷
কাটাৰৰ মুদ্ৰা হ'ল - কাটাৰী ৰিয়াল৷১৯৭৩ চনৰ পৰা কাটাৰে নিজৰ মুদ্ৰা প্ৰচলন কৰিছে৷
প্ৰচলিত নোটবিলাক হ'ল ১, ৫, ১০, ৫০, ১০০ আৰু ৫০০ ৰিয়ালৰ ৷ খুচুৰা মুদ্ৰা হ'ল - ৫,১০,২৫,৫০ ডিৰহাম আৰু ১ৰিয়ালৰ৷ সাধাৰণতে ২৫ আৰু ৫০ডিৰহামহে প্ৰচলিত৷১০০ডিৰহামে ১ৰিয়াল হয়৷১ৰিয়াল ভাৰতীয় ১৩-৫৭ টকাৰ সমকক্ষ৷ ১ আমেৰিকান ডলাৰ ৩-৬৪ ৰিয়ালৰ সমান৷
 
==ধৰ্ম==
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে