কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

134 নং শাৰী:
 
 
কাটাৰৰ বাসিন্দাসকলে সপ্তম শতিকাৰ পৰা মুছলিম ধৰ্মক মানি আহিছে৷ শতকৰা ৯৯জনেই হ'ল চুন্নী মুছলমান৷ ক্ষুদ্ৰ অংশতোহে চিয়া সম্প্ৰদায়ৰ৷কাটাৰতসম্প্ৰদায়ৰ৷ কাটাৰত গাহৰি নিসিদ্ধ৷ হালাল কৰা মাংসহে কচাইখানাত বিক্ৰী হয়৷ ঈদৰ সময়ত ৰাজহুৱা স্থানত দিনৰ ভাগত খোৱা-লোৱাত কিছু নিয়মানুবৰ্তিতা সকলো নাগৰিকে মানিবলগীয়া হয়৷
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে