ভৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: পদাৰ্থ বিজ্ঞানত, '''ভৰ''' (গ্ৰীক {{lang|grc|μᾶζα}...
 
No edit summary
4 নং শাৰী:
# বস্তুটোৱে অনুভৱ কৰা (নিষ্ক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ)
[[মাধ্যাকৰ্ষণিক বলৰ]] জুখি লোৱা মান ।
ভৰৰ [[আন্তৰ্জাতিকআন্তঃৰাষ্ট্ৰীয় একক পদ্ধতিপ্ৰণালী|SI একক]]একক হৈছে [[কিল’গ্ৰাম]] বা কেজি(kg)।
দৈনন্দিন ব্যৱহাৰত, ভৰক প্ৰায়েই ''[[ওজন]]'' বুলি কোৱা হয়, যিটোৰ একক প্ৰায়েই কিল’গ্ৰাম বুলি ধৰি লোৱা হয় (যেনে, এজন মানুহে ক’ব পাৰে যে তেওঁৰ ওজন হৈছে ৭৫ কেজি) । কিন্তু বৈজ্ঞানিক ব্যবহাৰত, ''ওজনে'' পদাৰ্থৰ আন এটা বেলেগ ধৰ্মহে বুজায় । ওজন হৈছে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষনিক বল, আনহাতে ভৰ হৈছে কোনো এটা বস্তুৰ আভ্যন্ততৰীণ ধৰ্ম ।
পৃথিৱী পৃষ্ঠৰ ওপৰত, কোনো বস্তু এটাৰ ওজন ''W'' বস্তুটোৰ ভৰ ''m''ৰ ওপৰত ''W = mg'' ধৰণে নিৰ্ভৰশীল, য’ত ''g'' হৈছে [[পৃথিৱীৰ মহাকৰ্ষণ|পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰ প্ৰাবল্য]],আৰু ইয়াৰ মান হৈছে ৯.৮১ মি.ছে<sup>-2</sup>। কোনো বস্তু এটাৰ ওজন ইয়াৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে বস্তুটোৰ ভৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত অনিৰ্ভৰশীল: পৃথিৱীৰ পৃষ্ঠৰ ওপৰত কোনো এটা বস্তুৰ ভৰ যদি ৫০ [[কিল’গ্ৰাম]] আৰু ওজন ৪৯১ [[নিউটন(একক)|নিউটন]]; তেন্তে [[চন্দ্ৰ]] পৃষ্ঠত, সেই একেটা বস্তুৰ ভৰ ৫০ কিল’গ্ৰামেই থাকিব; কিন্তু ওজন হ’ব মাত্ৰ ৮১.৫ নিউটন ।
 
 
কোনো বল এটাৰ উপস্থিতিত বস্তু এটাৰ জড় ভৰে বস্তুটোৰ [[ত্বৰণ]]ক নিৰ্ণীত কৰে । [[নিউটনৰ দ্বিতীয় গতিসূত্ৰ]]মতে, যদি নিৰ্দিষ্ট ভৰ ''M''ৰ বস্তু এটাৰ ওপৰত '''''F''''' বলে ক্ৰিয়া কৰে, তেন্তে বস্তুটোৰ ত্বৰণ হৈছে '''a'''= '''''F'''/M'' ।
যদি ''M<sub>A</sub>'' ভৰৰ বস্তু এটা ''M<sub>B</sub>''ভৰৰ আন এটা বস্তুৰ পৰা ''r'' দূৰত্বত ৰখা হয়, তেন্তে প্ৰতিটো বস্তুৱে এটা আকৰ্ষণীয় বল ''F''<sub>G</sub> অনূভৱ কৰিব; যাৰ মান হৈছে ''F''<sub>G</sub>= ''G M''<sub>A</sub>M<sub>B</sub> ''r''<sup>−২</sup>, য’ত ''G'' হৈছে [[মাধ্যাকৰ্ষণিক ধ্ৰুৱক|সাৰ্বজনীন মাধ্যাকৰ্ষণীয় ধ্ৰুৱক]], মান হৈছে ৬.৬৭x১০<sup>-১১</sup> নি.মি<sup>২</sup>কেজি<sup>-২</sup>। আনকি কেতিয়াবা ইয়াক মাধ্যাকৰ্ষণীয় ভৰ বুলিও প্ৰকাশ কৰা হয় । '''<ref>when a distinction is necessary, ''M'' is used to denote the active gravitational mass and ''m'' the passive gravitational mass).</ref>'''
১৭শ শতিকাৰ পৰা পুনঃ পুনঃ কৰি অহা পৰীক্ষাবোৰে প্ৰমাণ কৰিছে যে জড় ভৰ আৰু মাধ্যাকৰ্ষণিক ভৰ সমতূল্য; ১৯১৫ চনৰ পিছত, এই পৰ্য্যবেক্ষণবোৰক [[সাধাৰণ আপেক্ষিকতাবাদ]]ৰ [[সমতূল্য নীতি]]ত ''এ প্ৰায়ৰি'' বুলি নামাকৰণ কৰা হৈছে ।
 
 
সেই বিখ্যাত ([[ভৰ-শক্তি সমতূল্য সূত্ৰ|''E''=''mc''<sup>2</sup>]])সূত্ৰৰ দ্বাৰা [[সাধাৰণ আপেক্ষিকতাবাদ]]ৰ পৰা দেখা যায় যে [[স্থিৰ ভৰ]] (নাইবা [[অপৰিবৰ্তনীয় ভৰ]]) আৰু [[স্থিৰ শক্তি]] আচলতে সমতূল্য । [[আপেক্ষিক ভৰ]] আৰু [[আপেক্ষিক শক্তি]]ক(তন্ত্ৰৰ সম্পূৰ্ণ শক্তি) এই একেটা সূত্ৰই সংযোগ কৰিছে ।
 
 
 
 
 
 
 
 
== তথ্যসূত্ৰ ==
{{Reflist}}
"https://as.wikipedia.org/wiki/ভৰ"ৰ পৰা অনা হৈছে