পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
 
কালৰ গতিত প্ৰাচীন কালত একত্ৰীতহোৱা জ্ঞানপুঞ্জ ক্ৰমাত হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। [[হিপাৰকাচ| হিপাৰকাচে]] লিখি যোৱা ১৪ খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, [[এৰিষ্টটল]]ৰ ১৫০খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তাৰোপৰি [[এৰিষ্টটল]]ৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইচলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ [[আৰবীক]] ভাষালৈ অনুবাদ কৰে। [[অল-কিণ্ডি]], [[অল-ফৰাবী]], [[অভিচিনা]], [[এভেৰুচ]] আদিৰ দৰে ইচলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুন:ব্যাখ্যা কৰে। [[ইবন অল-হাথিম]] আৰু [[আবু ৰিহান বিৰুণি]]<ref>{{Harvtxt|গ্লিক|লাইভচে’|ৱালিচ|২০০৫|পৃ=৮৯–৯০}}</ref><ref name=Rozhanskaya-642>Mariam Rozhanskaya and I. S. Levinova (1996), "Statics", p. 642, in {{Harvtxt|Rashed|Morelon|1996|pp=614–642}}</ref> অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পৰৱৰ্তী কালত পশ্ছিম ইউৰোপত [[ৰ’জাৰ বেকেন]] আৰু [[ৱিটেল’]]ৰ দৰে শিক্ষাবিদৰ পৰা শিক্ষা অধীনত গ্ৰহন কৰে।
 
১২শ শতাব্দীত আৰবীয় ভাষাৰ পৰা লেটিনলৈ পুৰণি কৰ্মৰাজী সমূহ অনুবাদ হোৱাৰ লগে লগে এইবোৰৰ সম্পৰ্কে পশ্ছিমীয়া দেশসমূহত সজাগতা বৃদ্ধি পায়। তেওঁলোকৰ ইছ্লামীয় আৰু ইহুদী ধৰ্মবিশ্বাসক সামৰি লৈ নকৈ কৰা ব্যাখ্যাই, মধ্যযুগৰ দাৰ্শনিকসকলৰ (যেনে থ’মাচ একুইনাচ) আদিৰ ওপৰত গভীৰ প্ৰভাব বিস্তাৰ কৰা দেখা গ’ল।
 
==তথ্যসুত্ৰ==