কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

101 নং শাৰী:
==জলবায়ু==
নৱেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি৷ এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেন্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেন্টিগ্ৰেডলৈ যায়। মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেন্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে। কাটাৰত বৰষুণ অতি কম হয়৷ কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়। কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে৷ কাটাৰত পাহাৰ আৰু নদী নাই৷ জলবায়ু শুষ্ক৷ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ। তথাপিও দেশৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে৷ খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়৷
{{Weather box
|metric first=Yes
|location = Qatar
|single line = Yes
|Jan high C = 22
|Feb high C = 23
|Mar high C = 27
|Apr high C = 32
|May high C = 38
|Jun high C = 41
|Jul high C = 41
|Aug high C = 41
|Sep high C = 38
|Oct high C = 35
|Nov high C = 29
|Dec high C = 24
|Jan low C = 13
|Feb low C = 13
|Mar low C = 17
|Apr low C = 21
|May low C = 25
|Jun low C = 27
|Jul low C = 29
|Aug low C = 29
|Sep low C = 26
|Oct low C = 23
|Nov low C = 19
|Dec low C = 15
|Jan precipitation mm = 12.7
|Feb precipitation mm = 17.8
|Mar precipitation mm = 15.2
|Apr precipitation mm = 7.6
|May precipitation mm = 2.5
|Jun precipitation mm = 0
|Jul precipitation mm = 0
|Aug precipitation mm = 0
|Sep precipitation mm = 0
|Oct precipitation mm = 0
|Nov precipitation mm = 2.5
|Dec precipitation mm = 12.7
|source 1 = weather.com<ref name=weatherHiLoPrecipAve>{{cite web |url=http://www.weather.com/outlook/travel/businesstraveler/wxclimatology/monthly/graph/QAXX0003?from=36hr_bottomnav_business |title=Monthly Averages for Doha, Qatar |work=weather.com |publisher=The Weather Channel |accessdate=26 October 2009}}</ref>
|date=August 2010
}}
 
==সংস্কৃতি==
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে