আন্তৰ্জাতিক মান সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
33 নং শাৰী:
'''আন্তৰ্জাতিক মান সংস্থা''' ([[ইংৰাজী ভাষা|ইংৰাজীত]]: International Organization for Standardization ('''ISO'''), [[ফৰাছী ভাষা|ফৰাছীত]]: Organisation internationale de normalisation) এটা আন্তৰ্জাতিক সংস্থা যিটো বিভিন্ন দেশৰ মান নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানৰ সমন্বয়ত গঠন কৰা হৈছে। [[১৯৪৭]] চনৰ [[২৩ ফেব্ৰুৱাৰীত]] এইটো প্ৰতিষ্ঠা কৰা হয়। শিল্প আৰু বাণিজ্যৰ বিভিন্ন বিষয়ৰ উপৰত মান নিৰ্ধাৰন,প্ৰণয়ণ আৰু বিভিন্ন প্ৰতিষ্ঠানক মানৰ চনদপত্ৰ প্ৰদান ইয়াৰ প্ৰধান কাম ।
 
আন্তৰ্জাতিক মান সংস্থাই (ISO) নিজকে [[বেচৰকাৰী প্ৰতিষ্ঠান]] হিচাপে সংজ্ঞায়িত কৰে, যদিও মান প্ৰণয়ণৰ ক্ষমতা অতি বেছি আৰু ই প্ৰণয়ন কৰা অধিকাংশ মান চুক্তি বা জাতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ মাধ্যমেৰে [[আইন]]ত পৰিনত হয়। এইকাৰনেএইকাৰনতে অধিকাংশ বেচৰকাৰী প্ৰতিষ্ঠানৰ তুলনাত আন্তৰ্জাতিক মান সংস্থা অনেকগুণঅনেকগুণে শক্তিশালী। বাস্তৱত চৰকাৰৰ লগত আন্তৰ্জাতিক মান সংস্থাৰ ঘনিষ্ঠ সম্পৰ্ক থাকে। ২০০৬ চন পৰ্যন্ত আইএচঅ’ৰ সদস্য সংখ্যা আছিল ১৫৮, যিবোৰৰ প্ৰত্যেকেই বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰে।<ref name="iso">[http://www.iso.org/iso/about/iso_members.htm আন্তর্জাতিকআন্তৰ্জাতিক মান সংস্থারসংস্থাৰ সদসবৃন্দসদস্যবৃন্দ]</ref>
 
আন্তৰ্জাতিক মান সংস্থাৰ লগত [[ইন্টাৰনেশ্যনেল ইলেকট্ৰোটেকনিকেল কমিশ্যন]]ৰ (IEC), ওতঃপ্ৰোত সম্পৰ্ক আছে যিটো ইলেকট্ৰনিক পণ্যৰ মান নিয়ন্ত্ৰণৰ দায়িত্বত আছে। ইয়াৰ মূখ্যামূখ্য কাৰ্যালয় [[ছুইজাৰলেণ্ড|ছুইজাৰলেণ্ডৰ]], [[জেনেভা|জেনেভাত]] অৱস্থিত।<ref name="iso1">[http://www.iso.org/iso/about/jobs_at_iso_central_secretariat.htm "Discover ISO – Meet ISO"]. ISO. © 2007. . Retrieved 2007-09-07.</ref>
 
== তথ্যসূত্ৰ ==