ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Help pages header}}
 
== ৱিকিপিডিয়া কি? ==
ৱিকিপিডিয়া এখন ইন্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্রায় ৩৭ লক্ষ্যাধিক প্রবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২০ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ ২৮২ টা ভাষাত (জুলাই,২০১১ৰ তথ্য অনুসৰি)ৱিকিপিডিয়া প্রকাশিত হৈছে। ৱিকিপিডিয়াৰ প্রায় প্রত্যেক প্রবন্ধই একাধিক লেখকৰ "[[সহযোগিতামূলক সংকলন]]"।