অধিবৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বিস্তাৰ
1 নং শাৰী:
'''লীপ ইয়েৰঅধিবৰ্ষ''' বা '''অধিবৰ্ষলিপ ইয়েৰ''' হৈছে কেলেণ্ডাৰৰ[[পঞ্জিকা]]ৰ এটা অতিৰিক্ত দিন৷[[দিন]]৷ যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ [[জ্যোতিৰ্বিজ্ঞান]]ৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত [[বছৰ|এবছৰ]] হয়৷ কিন্তু প্ৰকৃততে [[পৃথিৱী]]য়ে [[সূৰ্য]]ক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ [[দিন]][[ঘণ্টা]] ৪৯ [[মিনিট]] ১২ [[ছেকেণ্ড]] [[সময়]] লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘ্ণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক লীপ ইয়েৰঅধিবৰ্ষ বোলা হয়৷<ref>[http://ajirdainikbatori.com/index.htm] আজিৰ দৈনিক বাতৰি, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২</ref>
 
[[Image:February-2012-calendar.jpg|thumb|right|200px|<center>২০১২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লীপলিপ ইয়েৰ দেখুওৱা এখন কেলেণ্ডাৰৰ দৃশ্য<center>]]
==গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ==
বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লীপলিপ ইয়েৰ হয়৷ এই লীপ ইয়েৰতঅধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷<ref>[http://www.infoplease.com/spot/leapyear1.html] Leap Year Explained, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২</ref>
 
==জন্মদিন==
যিসকল মানুহে এই দিনটোত জন্মগ্ৰহন কৰে, সেইসকল ইংৰাজীত "leapling" বা "leaper" বুলি কোৱা হয়৷<ref>Hall, C. (February 29, 2008). [http://www.freep.com/apps/pbcs.dll/article?AID=/20080229/NEWS05/802290352 Leap year babies hop through hoops of joy, pain of novelty birthday]. ''Detroit Free Press''. Retrieved February 29, 2008. {{Dead link|date=May 2009}}</ref> তেখেতসকলে এই জন্মদিনটো চাৰিবছৰৰ পাছতহে পুনৰ পালন কৰিব পাৰে, সেইদিশৰ পৰা চালে এই দিনত জন্ম হোৱা মানুহৰ প্ৰতি চাৰি বছৰৰ পাছতহে এটা জন্মদিন আহে| আনহাতে কিছুমানে এই অসুবিধাৰ বাবে ২৮ ফেব্ৰুৱাৰী নাইবা ১ মাৰ্চত নিজৰ [[জন্মদিন]] পালন কৰে৷
 
এই দিনটোত জন্মগ্ৰহন কৰা কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:-
# [[মোৰাৰজী দেশাই]] :- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷
 
 
==তথ্যসূত্র==
<references />
 
==বৰ্হিবাহ্যিক সংযোগ==
{{stub}}
 
==বৰ্হি সংযোগ==
* http://www.timeanddate.com/date/leapyear.html
* http://www.infoplease.com/spot/leapyear1.html
 
 
{{Time topics}}
{{পোখালি (সময়)}}
[[শ্ৰেণী:সময়]]
 
 
[[af:Skrikkeljaar]]
"https://as.wikipedia.org/wiki/অধিবৰ্ষ"ৰ পৰা অনা হৈছে